প্ৰেমচান্দ
Chapter-16
১। চন্দ্ৰহাছানে ক’ৰ পৰা ক’লৈ বাটকুৰি বাই গৈছিল ?
ক) কেৰালাৰ পৰা বাৰাণসীলৈ
খ) অসমৰ পৰা ভাৰতলৈ
গ) আমেৰিকাৰ পৰা জাপানলৈ
উত্তৰঃ ক) কেৰালাৰ পৰা বাৰাণসীলৈ।
২। প্ৰেমচান্দ নামৰ পাঠটোত কিতাপ-পত্ৰ লিখা মানুহজনৰ ঘৰ বিচৰা মানুহজনৰ নাম কি ?
ক) প্ৰেমচান্দ
খ) চন্দ্ৰহাছান
গ) কৰমচান্দ
উত্তৰঃ খ) চন্দ্ৰহাছান।
৩। পাঠটোত উৰ্দু কবিজনৰ নাম কি ?
ক) প্ৰসাদ
খ) ৰহিম
গ) নাছাদ
উত্তৰঃ গ) নাছাদ।
৪। ক’ত হিন্দী লেখকসকলৰ এখন ডাঙৰ সভা বহিছিল ?
ক) দিল্লীত
খ) নেপাল
গ) ভূটান
উত্তৰঃ ক) দিল্লীত।
৫। প্ৰেমচান্দ কি সাহিত্য়ৰ এজন জনপ্ৰিয় সাহিত্য়িক ?
ক) অসমীয়া
খ) হিন্দী
গ) উৰ্দু
উত্তৰঃ খ) হিন্দী।
৬। প্ৰেমচান্দ কেনেকুৱা প্ৰকৃতিৰ লোক ?
ক) জ্ঞানী
খ) বেয়া
গ) সহজ-সৰল
উত্তৰঃ গ) সহজ-সৰল।
৭। সঁহাৰি শব্দৰ অৰ্থ কি ?
ক) সমিধান
খ) ব্য়াকুল
গ) ওপৰৰ এটাও নহয়
উত্তৰঃ ক) সমিধান।
৮। চুৰিয়া শব্দৰ অৰ্থ কি ?
ক) চেলেং
খ) চাদৰ
গ) ধুতি
উত্তৰঃ গ) ধুতি।
৯। ” আপুনি বিচৰা মানুহজন এইজনেই।” এই কথাষাৰ কোনে কৈছিল ?
ক) প্ৰেমচান্দ
খ) চন্দ্ৰহাছান
গ) নাছাদ
উত্তৰঃ ক) প্ৰেমচান্দ।
১০। বাটকুৰি বা শব্দৰ অৰ্থ কি ?
ক) ঘৰতে থকা
খ) কমদূৰলৈ খোজকাঢ়ি যোৱা
গ) বহুদূৰ খোজকাঢ়ি যোৱা
উত্তৰঃ গ) বহুদূৰ খোজকাঢ়ি যোৱা।