মাধৱদেৱৰ গুৰুসেৱা
Chapter-14
১। শ্ৰীমন্ত শংকৰদেৱৰ মাধৱদেৱ কি আছিল ?
ক) শিষ্য়
খ) গুৰু
গ) সেৱক
উত্তৰঃ ক) শিষ্য়।
২। শংকৰদেৱে কাক মৰমতে বঢ়াৰ পো বুলি মাতিছিল ?
ক) মাধৱ কন্দলিক
খ) মাধৱদেৱক
গ) দামোদৰক
উত্তৰঃ খ) মাধৱদেৱক।
৩। গুৰুজনাই ক’ত সৰিয়হৰ খেতি কৰিছিল ?
ক) দীপৰ বিলত
খ) সোণাই বিল
গ) যজ্ঞধাৰি বিল
উত্তৰঃ গ) যজ্ঞধাৰি বিল।
৪। মাধৱদেৱে আই গোসাঁনীক খুজি কিমান দোণমান চাউল লৈছিল ?
ক) চাৰিদোণমান
খ) তিনিদোণমান
গ) পাচঁদোণমান
উত্তৰঃ ক) চাৰিদোণমান।
৫। কেইখন গাঁৱৰ মানুহে মাছ মাৰিবলৈ বিলত নামিছিল ?
ক) ৫ খনে
খ) ৬ খনে
গ) ৭ খনে
উত্তৰঃ গ) ৭ খনে।
৬। গাঁৱৰ মানুহে মাছ মৰা দিনাখন কি পৰিল ?
ক) একাদশী পৰিল
খ) তিথি পৰিল
গ) অম্বুবাচী পৰিল
উত্তৰঃ ক) একাদশী পৰিল।
৭। জাৰণি শব্দৰ অৰ্থ কি ?
ক) শলি
খ) কাঠনি
গ) পাতল হাবি
উত্তৰঃ খ) কাঠনি।
৮। বকৰাণি শব্দৰ অৰ্থ কি ?
ক) চন নথকা মাটি
খ) চন পৰি থকা মাটি
গ) ওপৰৰ এটাও নহয়
উত্তৰঃ ক) চন নথকা মাটি।
৯। ক্ত যুতাক্ষৰ ভাঙিলে কি কি বৰ্ণ যোগ হ’ব ?
ক) ক+ৰ
খ) ত+ৰ
গ) ক+ত
উত্তৰঃ গ) ক+ত।
১০। তাঁৰ শব্দৰ অৰ্থ কি ?
ক) সৰু জৰী
খ) ডাঙৰ জৰী
গ) ওপৰৰ এটাও নহয়
উত্তৰঃ ক) সৰু জৰী।