অসমত ত্ৰিস্তৰীয়া পঞ্চায়তীৰাজ ব্যৱস্থা আছে। ইয়াৰ নামবোৰ ক’ব পাৰিবা নে?

উত্তৰঃ গাওঁ পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ।