Chapter 15
ভূমিকম্প – এটা প্ৰাকৃতিক দুৰ্যোগ
1. অতি চমুকৈ উত্তৰ দিয়া ।
(i) প্ৰাকৃতিক দুৰ্যোগ কাক বোলে ?
উত্তৰঃ
(ii) প্লেট বা ফলক কি ?
উত্তৰঃ
(iii) ফলক একোখন কিমান ডাঠ ?
উত্তৰঃ
(iv) ভূমিকম্পৰ উৎপত্তি সম্পৰ্কে আগবঢ়োৱা তত্ত্ববোৰৰ ভিতৰত সবাতোকৈ গ্ৰহণযোগ্য তত্ত্বটো কি ?
উত্তৰঃ
(v) ভাৰতীয় উপমহাদেশখন অৱস্থিত ফলকখনৰ নাম কি ?
উত্তৰঃ
(vi) ভূমিকম্পপ্ৰৱণ বলয় দুটা কি কি ?
উত্তৰঃ
(vii) ভূমিকম্পৰ কেন্দ্ৰ আৰু অধিকেন্দ্ৰ কি ?
উত্তৰঃ
(viii) ভূপৃষ্ঠৰপৰা ভূমিকম্পৰ কেন্দ্ৰৰ গভীৰতা বঢ়াৰ লগে লগে ভূমিকম্পৰ প্ৰাবল্য কিদৰে সলনি হয়?
উত্তৰঃ
(ix) ভূকম্পনবিজ্ঞান কি ?
উত্তৰঃ
(x) ভূমিকম্পৰ প্ৰাবল্য জোখা যন্ত্ৰবিধৰ নাম কি ?
উত্তৰঃ
(xi) ভূকম্পনলেখৰ প্ৰধান অংশ তিনিটা কি কি ?
উত্তৰঃ
(xii) ৰিখ্টাৰ স্কেল কোনে উদ্ভাৱন কৰিছিল ?
উত্তৰঃ
(xiii) ভূমিকম্পৰ আগজাননী দিয়াৰ বাবে অৱলম্বন কৰা পদ্ধতি দুটা কি কি ?
উত্তৰঃ
(ix) জাপানত সঘনে ভূমিকম্প হৈ থাকে কিয় ?
উত্তৰঃ
(xv) ৰিখ্টাৰ স্কেলত এই পৰ্যন্ত লিপিবদ্ধ হোৱা সৰ্বোচ্চ প্ৰাবল্যৰ ভূমিকম্পটো ক’ত হৈছিল ?
উত্তৰঃ
2. ভূপৃষ্ঠ গঠন হোৱা যিকোনো চাৰিখন প্ৰধান ফলকৰ নাম লিখা ।
উত্তৰঃ
3. ভূমিকম্প উৎপত্তিৰ কাৰণ সম্পৰ্কে থকা ফলক বিৱৰ্তন তত্ত্বটো ব্যাখ্যা কৰা ।
উত্তৰঃ
4. কোনবোৰ অঞ্চলত ভূমিকম্প হোৱাৰ সম্ভাৱনা বেছি? ভূমিকম্পপ্ৰৱণ অঞ্চলসমূহক কি কি বলয়ত ভাগ কৰা হৈছে ?
উত্তৰঃ
5. সৰল ভূকম্পনলেখৰ গঠন আৰু কাৰ্যনীতি চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা ।
উত্তৰঃ
6. ভূমিকম্পৰ আগজাননী দিবলৈ নিৰীক্ষণ কৰা চাৰিটা ভূভৌতিক পৰিৱৰ্তন উল্লেখ কৰা ।
উত্তৰঃ
7. ভূমিকম্পৰ ফলত হব পৰা ক্ষয়- ক্ষতিৰ ওপৰত এটা চমুটোকা প্ৰস্তুত কৰা ।
উত্তৰঃ
8. ভূমিকম্পৰ অৰ্থনৈতিক গুৰুত্ব ব্যাখ্যা কৰা ।
উত্তৰঃ
9. ভূমিকম্পৰ ফলত হ’ব পৰা ক্ষয়- ক্ষতিৰ পৰিমাণ কমাবলৈ চাৰিটা উপায় উল্লেখ কৰা ।
উত্তৰঃ
10. ভূমিকম্পৰ আগজাননীত ভিত্তিত লবলগীয়া সাৱধানতাসমূহ কি কি ?
উত্তৰঃ
11. ভূমিকম্প হৈ থকা সময়ত আৰু হৈ যোৱাৰ পিছত লবলগীয়া সাৱধানতাসমূহ কি কি ?
উত্তৰঃ