প্ৰাকৃতিক সম্পদ
1. প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা ? প্ৰাকৃতিক সম্পদবোৰক কেইভাগত ভগাব পাৰি ?
উত্তৰ:-
2. নবীকৰণ যোগ্য আৰু অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা ? প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া ।
উত্তৰ:-
3. প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰাত বনাঞ্চলৰ গুৰুত্ব আলোচনা কৰা ।
উত্তৰ:-
4. বনাঞ্চলৰ বাণিজ্যিক গুৰুত্ব সম্পৰ্কে চমুকৈ লিখা ।
উত্তৰ:-
5. বনানীকৰণ বুলিলে কি বুজা ?
উত্তৰ:–
6. বনাঞ্চল ধ্বংসই গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগাইছে । কাৰণ দৰ্শোৱাঁ ।
উত্তৰ:
7. বৃক্ষৰোপণৰদ্বাৰা আমি কি কি সমস্যা সমাধান কৰিব পাৰোঁ ।
উত্তৰ:-
8. ইন্ধন কাক বোলে ? প্ৰাকৃতিক ইন্ধনবোৰৰ মূল উপাদান কি ?
উত্তৰ:–
9. উৎকৃষ্ট ইন্ধনৰ বৈশিষ্ট্যবোৰ লিখা ঁ ।
উত্তৰ:-
10. কয়লা আৰু পেট্ৰলিয়ামৰ উৎপত্তি সম্পৰ্কে চমুকৈ লিখাঁ ।
উত্তৰ:-
11. কয়লা আৰু পেট্ৰলিয়ামৰ নবীকৰণযোগ্য ইন্ধন । কাৰণ দৰ্শোৱাঁ ।
উত্তৰ:
12. কয়লা কেইপ্ৰকাৰৰ আৰু কি কি ? কোন প্ৰকাৰৰ কয়লা ইন্ধন হিচাপে ব্যৱহাৰৰ বাবে উত্তম ।
উত্তৰ:-
13. পেট্ৰলিয়ামৰ আংশিক পাতন কৰি পোৱা দ্ৰব্যবোৰৰ নাম আৰু ব্যৱহাৰ উল্লেখ কৰা ।
14. শুদ্ধ উত্তৰটো বাছি উলিওৱাঁ ।
(i) তলৰ কোনটো সেউজ-গৃহ গেছ হয় ?
ক) নাইট্ৰজেন
খ) মিথেন
গ) কাৰ্বন ডাই-অক্সাইড
ঘ) নাইট্ৰজেনৰ অক্সাইড
উত্তৰ:-
(ii) কয়লা প্ৰধান উপাদানটো হৈছে
ক) কাৰ্বন
খ) হাইড্ৰজেন
গ) ছালফাৰ
ঘ) বনাঞ্চল
উত্তৰ:-
(iii) কয়লা সৃষ্টিৰ শেষ স্তৰটো হৈছে
ক) পিট
খ) লিগনাইট
গ) এনথ্ৰাছাইট
ঘ) বিটুমিনাছ
উত্তৰ:-
(iv) তলৰ কোনবিধ দ্ৰব্য বনাঞ্চলৰপৰা পাব নোৱাৰি ?
ক) ৰবৰ
খ) মম
গ) ঔষধ
ঘ) লা
উত্তৰ:-
(v) ভাৰতবৰ্ষৰ শক্তিৰ প্ৰধান উৎস হৈছে
ক) প্ৰাকৃতিক গেছ
খ) কাঠখৰি
গ) কয়লা
ঘ) পেট্ৰলিয়াম
উত্তৰ:-
15. খালী ঠাই পৃৰ কৰাঁ ।
ক) উদ্ভিদে ———- গেছ শোষণৰদ্বাৰা গোলকীয় উত্তাপন নিয়ন্ত্ৰণ কৰে ।
উত্তৰঃ
খ) পেট্ৰলিয়াম কেইবাবিধো ——– মিশ্ৰ ।
উত্তৰঃ
গ) ——— উৰাজাহাজৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় ।
উত্তৰঃ
ঘ) কয়লাৰপৰা প্ৰস্ত্ত কৰা এবিধ গোটা ইন্ধন হল ——– ।
উত্তৰঃ
ঙ) কুইনাইন ——— গছৰপৰা তৈয়াৰ কৰা হয় ।
উত্তৰঃ