Chapter- 2
লংকাৰ সম্বাদ কি
১। এই পাঠটোত উল্লেখ কৰা ওচৰা-উচৰি গাওঁ দুখনৰ নাম কি?
(ক) বেনাৰ গাওঁ আৰু কুমাৰী গাওঁ
(খ) মৰিগাওঁ আৰু ৰজাগাওঁ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) বেনাৰ গাওঁ আৰু কুমাৰী গাওঁ ।
২। এই পাঠটিৰ লেখক কোন?
(ক) মিত্ৰদেৱ মহন্ত
(খ) ভোলানাথ দাস
(গ) নৱকান্ত বৰুৱা
উত্তৰ- (খ) ভোলানাথ দাস ।
৩। এই পাঠটিৰ লেখক জনৰ কিমান চনত জন্ম হৈছিল?
(ক) ১৮৫৫ চনত
(খ) ১৯৯৯ চনত
(গ) ১৮৫৮ চনত
উত্তৰ- (গ) ১৮৫৮ চনত ।
৪। তেখেতৰ ক’ত জন্ম হৈছিল?
(ক) যোৰহাটত
(খ) নগাঁৱত
(গ) লক্ষ্মীমপুৰত
উত্তৰ- (খ) নগাঁৱত ।
৫। তেখেতৰ কি মাহত জন্ম হৈছিল?
(ক) জানুৱাৰী মাহত
(খ) ফেব্ৰুৱাৰী মাহত
(গ) জুলাই মাহত
উত্তৰ- (গ) জুলাই মাহত ।
৬। তেখেতৰ পিতৃৰ নাম কি আছিল?
(ক) নৱকান্ত বৰুৱা
(খ) বাপীৰাম দাস
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) বাপীৰাম দাস ।
৭। তেখেতৰ মাতৃৰ নাম কি আছিল?
(ক) পদ্মাৱতী
(খ) ভদ্ৰেশ্বৰী দাস
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) পদ্মাৱতী ।
৮। তেখেতে কিমান চনত নগাঁৱৰ চৰকাৰী হাইস্কুলৰ পৰা এন্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়?
(ক) ১৮৮৮ চনত
(খ) ১৮৭৯ চনত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) ১৮৭৯ চনত ।
৯। দৈৱাৎ শব্দৰ অৰ্থ কি?
(ক) অকস্মাৎ
(খ) দুৱাৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) অকস্মাৎ ।
১০। কুৎসা শব্দৰ অৰ্থ কি?
(ক) কুৎচিত
(খ) বদনাম
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) বদনাম ।
১১। বেনাৰ গাওঁ আৰু কুমাৰী গাওঁ দুখন কেনেকুৱা আছিল ?
(ক) মিল আছিল
(খ) মিল নাছিল
(গ) বুজা-বুজি আছিল
উত্তৰ- (খ) মিল নাছিল।
১২। বৈদাৎ গাওঁ দুখনৰ মাজত কি হ’ল ?
(ক) ডাঙৰ কাজিয়া
(খ) দুয়োখন গাওঁৰ লৰা-ছোৱালীৰ মাজত বিয়া
(গ) একো হোৱা নাছিল
উত্তৰ- (খ) দুয়োখন গাওঁৰ লৰা-ছোৱালীৰ মাজত বিয়া ।
১৩। বান্দৰবিলাক কাৰ লগত লংকালৈ গৈছিল ?
(ক) ৰামৰ লগত
(খ) কুমাৰীগঞাৰ লগত
(গ) বুঢ়াবিলাকৰ লগত
উত্তৰ- (ক) ৰামৰ লগত ।
১৪। আদহীয়াবিলাকে উত্তৰ দিলে নে ?
(ক) দিলে
(খ) নিদিলে
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (ক) দিলে ।
১৫। ডেকাসকলে কুমাৰীগঞাহঁতক কি বুলি কোৱাত বাট এৰি দিলে ?
(ক) উত্তৰ সভাস্থলত দিম
(খ) মই দুখীয়া মানুহ
(গ) এটাও নহয়
উত্তৰ- (ক) উত্তৰ সভাস্থলত দিম ।
১৬। লংকালৈ গৈ কিছু সোণ আনোতে তেওংলোকৰ দুখ নাইকিয়া হ’ল নে ?
(ক) হ’ল
(খ) নহ’ল
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (ক) হ’ল ।
১৭। ভোলানাথ দাসৰ কিমান চনত জন্ম হৈছিল ?
(ক) ১৮৯৬ চনত
(খ) ১৯৫৫ চনত
(গ) ১৮৫৮ চনত
উত্তৰ- (গ) ১৮৫৮ চনত ।
১৮। নিমিত্তে শব্দৰ অৰ্থ কি ?
(ক) দুৰ্নাম
(খ) কাৰণে
(গ) বাধা
উত্তৰ- (খ) কাৰণে ।
১৯। আলহ-দুলহকৈ শব্দৰ অৰ্থ কি ?
(ক) কাজিয়া
(খ) দন্দ
(গ) আদৰ-সাদৰকৈ
উত্তৰ- (গ) আদৰ-সাদৰকৈ ।
২০। দৈৱাৎ শব্দৰ অৰ্থ কি ?
(ক) হঠাৎ
(খ) নিন্দা
(গ) বদনাম
উত্তৰ- (ক) হঠাৎ ।
Type by- Bikul Mandal