তৰা
Chapter-9
১। তৰা কবিটোৰ কবিজনৰ নাম কি ?
ক) বদনচন্দ্ৰ ৰ্শমা
খ) আনন্দ চন্দ্ৰ আগৰৱালা
গ) নৱকান্ত বৰুৱা
উত্তৰঃ ক) বদনচন্দ্ৰ ৰ্শমা।
২। তৰাই কি পোহৰায় ?
ক)দিনত
খ) অমানিশা
গ) আন্ধাৰ
উত্তৰঃ খ) অমানিশা।
৩। তৰাৰ হাঁহিটি পৰিলে কোনে নাচে ?
ক) মাছ নাচে
খ) গছ নাচে
গ) ফুলনি নাচে
উত্তৰঃ গ) ফুলনি নাচে
৪। চিতৰ অৰ্থ কি ?
ক) মন
খ) হিয়া
গ) কপাল
উত্তৰঃ ক) মন।
৫। তৰাই কাক পথৰ বতৰা দিয়ে ?
ক) জেউতিক
খ) পথিকক
গ) নিজৰাক
উত্তৰঃ খ) পথিকক।
৬। নই অৰ্থ কি ?
ক) নৈ
খ) পুখুৰী
গ) নদী
উত্তৰঃ গ) নদী।
৭। বদনচন্দ্ৰ শৰ্মাক কি কবি বুলি জনা যায় ?
ক) নাট্য়কাৰ বুলি
খ) বিহগী কবি বুলি
গ)ভাঙনি- কোঁৱৰ কবি বুলি
উত্তৰঃ ক) নাট্য়কাৰ বুলি।
৮। ঢৰাৰ অৰ্থ কি ?
ক) পাটি
খ) ঢাৰি
গ) কথ
উত্তৰঃ খ) ঢাৰি।
৯। ধৰাৰ অৰ্থ কি ?
ক) পদ্ম
খ) নদী
গ) পৃথিৱী
উত্তৰঃ গ) পৃথিৱী।