গ্ৰাহক আহিলে খং উঠা দোকানীজন
Chapter-8
১। অনুবীক্ষণ যন্ত্ৰৰ উদ্ভাৱক জনৰ নাম কি ?
ক) এন্টনি ভন লিউৱেনহুক
খ) গুৰু প্ৰসাদ দাস
গ) কাল কৰেন্স
উত্তৰঃ) ক) এন্টনি ভন লিউৱেনহুক।
২। খং উঠা গ্ৰাহক জনৰ নাম কি ?
ক) আইনষ্টাইন
খ) এন্টনি ভন লিউৱেনহুক
গ) গুৰু প্ৰসাদ দাস
উত্তৰঃ খ) এন্টনি ভন লিউৱেনহুক
৩। তেওঁ জন্ম হোৱা ঠাইখনৰ নাম কি ?
ক) আমেৰিকা
খ) জাপান
গ) হলেণ্ড
উত্তৰঃ গ) হলেণ্ড।
৪। তেওঁ জীৱিকা অৰ্জনৰ বাবে কিহৰ দোকান খুলি লৈছিল ?
ক) চছমাৰ দেকান
খ) গেলামালৰ দোকান
গ) কাপোৰৰ দোকান
উত্তৰঃ ক) চছমাৰ দেকান।
৫। আধুনিক অণুবীক্ষণ যন্ত্ৰ কিমান চনত উদ্ভাৱন কৰা হৈছিল ?
ক) ১৬৫৫ চনত
খ) ১৬৭৫ চনত
গ) ১৬৭০ চনত
উত্তৰঃ খ) ১৬৭৫ চনত।
৬। বিশ্বৰ কোনটো আধুনিক অনুবীক্ষণ যন্ত্ৰ ?
ক) চতুৰ্থটো
খ) দ্বিতীয়টো
গ) প্ৰথমটো
উত্তৰঃ গ) প্ৰথমটো।
৭। কাচ কাটি লেন্স তৈয়াৰ কৰা পদ্ধতিটো সস্পূৰ্ণ কিহৰ আছিল ?
ক) নিজৰ আছিল
খ) বেলেগৰ আছিল
গ) ঘৰৰ আছিল
উত্তৰঃ ক) নিজৰ আছিল।
৮। তেওঁক মানুহে কি বুলি ভাবিছিল ?
ক) জ্ঞানী বুলি
খ) বলিয়া বুলি
গ) সৰল বুলি
উত্তৰঃ খ) বলিয়া বুলি।
৯। লিউৱেনহুকে কি ভাষা নাজানিছিল ?
ক)অসমীয়া
খ) হিন্দীগ)
গ) লেটিন
উত্তৰঃ গ) লেটিন।
১০। লিউৱেনহুক কিহৰ মনৰ মানুহ আছিল ?
ক) একাচেকা মনৰ
খ) চিধা মনৰ
গ) ভাল মনৰ
উত্তৰঃ ক) একাচেকা মনৰ।