অধ্যায়ঃ ১৬
পানী এক অমূল্য সম্পদ
- শুদ্ধ উত্তৰটো বাছি উলিওৱা ।
i ) তলৰ কোনটো পানীৰ ভৌতিক অৱস্থা নহয় ?
a ) বৰফ b ) ধোঁৱা c ) নিয়ৰ d ) জলীয় বাষ্প
উত্তৰঃ a ) বৰফ
ii ) উদ্যোগত পানীৰ ব্যৱহাৰ হ’ল—
a ) কেঁচা সামগ্ৰী হিচাপে b ) দ্রাবক হিচাপে c ) শীতলকাৰক হিচাপে d ) সকলােবােৰ
উত্তৰঃ b ) দ্রাবক হিচাপে
iii ) ভূ – জলস্তৰ কাৰণ হ’ল—
a ) বনাঞ্চল ধ্বংসকৰণ b ) বর্ধিত জনসংখ্যা c ) কৃষি কার্য d ) সকলােবােৰ
উত্তৰঃ a ) বনাঞ্চল ধ্বংসকৰণ
iv ) পানী সংৰক্ষণৰ এটা পদ্ধতি হল—
a ) বৰষুণৰ পানী সংৰক্ষণ b ) বনাঞ্চল ধ্বংসকৰণ c ) কৃষি কার্য d ) বর্ধিত জনসংখ্যা
উত্তৰঃ a ) বৰষুণৰ পানী সংৰক্ষণ
v )তলৰ কোনটো পানীৰ নাটনিৰ কাৰণ নহয় ?
a ) উদ্যোগজাত বিকাশ b ) জনসংখ্যা বৃদ্ধি c ) প্ৰচুৰ বৰষুণ d ) পানীৰ উৎসসমূহৰ অপৰিকল্পিত ব্যৱস্থাপনা ।
উত্তৰঃ c ) প্ৰচুৰ বৰষুণ
vi ) তলৰ কোনটো উক্তি সত্য ?
a ) পৃথিৱীৰ হ্রদ আৰু নদীসমূহৰ মুঠ পানী একে থাকে ।
b ) ভূ – জলৰ পৰিমাণ একে থাকে ।
c ) পৃথিৱীৰ সাগৰ – মহাসাগৰসমূহৰ পানী একে থাকে ।
d ) পৃথিৱীৰ মুঠ পানীৰ পৰিমাণ একে থাকে ।
উত্তৰঃ a ) পৃথিৱীৰ হ্রদ আৰু নদীসমূহৰ মুঠ পানী একে থাকে ।
- শুদ্ধ নে অশুদ্ধ লিখা ।
a ) ভূ – জলৰ পৰিমাণ নদী আৰু হ্রদত থকা পানীৰ পৰিমাণতকৈ বেছি । ( শুদ্ধ / অশুদ্ধ )
উত্তৰঃ অশুদ্ধ
b ) কেৱল গাঁও অঞ্চলত থকা জনসাধাৰণৰহে পানীৰ নাটনি হয় । ( শুদ্ধ / অশুদ্ধ )
উত্তৰঃ অশুদ্ধ।
c ) কেৱল নদীসমুহহে খেতিপথাৰত জলসিঞ্চনৰ বাবে ব্যবহৃত পানীৰ উৎস । ( শুদ্ধ / অশুদ্ধ )
উত্তৰঃ অশুদ্ধ
d ) বৰষুণেই হ’ল পানীৰ মূল উৎস । ( শুদ্ধ / অশুদ্ধ )
উত্তৰঃ অশুদ্ধ
e ) দমকলেৰে পানী উঠালে ভূ – জলস্তৰৰ কোনাে ক্ষতি নহয় । ( শুদ্ধ / অশুদ্ধ )
উত্তৰঃ শুদ্ধ
- খালী ঠাই পূৰ কৰাঁ ।
a ) পানীৰ তিনিওটা ভৌতিক অবস্থাই একমুখী ( উভমুখী / একমুখী )
b ) পানীৰ 0 ° C ( 0 ° C ) / 100 ° C ) উষ্ণতাত বৰফ হয় ।
c ) বাৰিষাকালত ( শীতকালত / বাৰিষাকালত ) নদীসমূহৰ জলপৃষ্ট বুদ্ধি পায় ।
d ) নদীৰ পানী গতি নিয়ন্ত্রণ আৰু বিতৰণৰ বাবে বান্ধ ( বান্ধ / কু ) নির্মাণ কৰা হয় ।
- চমুটোকা লিখা ।
a ) পৃষ্ঠ-জল
উত্তৰঃ
b ) ভূ – জল
উত্তৰঃ
c ) ভূ – জলন্তৰ
উত্তৰঃ
d ) হিউমাচ
উত্তৰঃ
e ) টোপাল জলসিঞ্চন
উত্তৰঃ
- চমু উত্তৰ দিয়া ।
a ) ) পানীৰ ভৌতিক অবস্থা তিনিটা কি কি ?
উত্তৰঃ
b ) ঘৰুৱা কামৰ বাবে নগৰ আৰু গাঁও অঞ্চলৰ মানুহে পানী কৰ ক’ৰপৰা পায় ?
উত্তৰঃ
c ) নিজৰাৰ কিদৰে উৎপত্তি হয় ?
উত্তৰঃ
d ) ভূ – জলস্তৰ কিদৰে পৰিপূর্ণ হয় ?
উত্তৰঃ
e ) পানীৰ নাটনিয়ে উদ্ভিদৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলায় ?
উত্তৰঃ
- উত্তৰ দিয়া ।
a ) ধৰা হ’ল পঞ্চাছ ঘৰ মানুহৰ মাজত দহটা দমকল আছে । ইয়াৰ বাবে ভূ – জলস্তৰৰ ওপৰত কি সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব ?
উত্তৰঃ
b ) ধৰা , তােমাৰ ঘৰত থকা ফুলৰ বাগিচাখন চোৱা – চিতাৰ দায়িত্ব তােমাৰ । ইয়াত পানীৰ ব্যৱহাৰ কিদৰে কমকৈ কৰিবা ?
উত্তৰঃ
c ) ভূ জলস্তৰ অৱক্ষয়ৰ কাৰণবােৰ আলােচনা কৰা ।
উত্তৰঃ
d ) পানীৰ সংৰক্ষণ কৰাটো কিয় প্রয়ােজনীয় ? পানী সংৰক্ষণৰ পদ্ধতিবােৰ উল্লেখ কৰাঁ ।
উত্তৰঃ