অধ্যায়ঃ দশম
মাটি
- শুদ্ধ উত্তৰটো বাছি উলিওৱা :
i ) মাটিৰ কণাৰ আকাৰৰ বর্ধমান ক্রমটো হ’ল—
a ) বালি কণা < পলস কণা < বােকা কণা
b ) বােকা কণা < পলস কণা < বালি কণা
c ) বালি কণা < বােকা কণা < পলস কণা
d ) বােকা কণা < বালি কণা < পলস কণা
উত্তৰঃ b ) বােকা কণা < পলস কণা < বালি কণা
ii ) অন্তঃস্ৰৱন আটাইতকৈ বেছি হয়—
a ) বালি মাটিত b ) বােকা মাটিত c ) লােম মাটিত d ) বালি মাটি আৰু বােকা মাটিত
উত্তৰঃ a ) বালি মাটিত
iii ) মৰুভূমিত দিনত যথেষ্ট গৰম ; আকৌ ৰাতি যথেষ্ট ঠাণ্ডা । ইয়াৰ কাৰণ হ’ল—
a ) মৰুভূমিত ৰ’দ বেছি
b ) মৰুভূমিত বৰষুণ হয়
c ) মৰুভূমিত কার্বন ডাইঅক্সাইড আৰু জলীয় বাষ্প কম
d ) মৰুভূমিত কার্বন ডাইঅক্সাইড আৰু জলীয় বাষ্প বেছি
উত্তৰঃ d ) মৰুভূমিত কার্বন ডাইঅক্সাইড আৰু জলীয় বাষ্প বেছি
iv ) আধাৰ শিল বুলি কোৱা স্তৰটো হ’ল—
a ) A- স্তৰ b ) B- স্তৰ c ) C- স্তৰ d ) R- স্তৰ
উত্তৰঃ d ) R- স্তৰ
- খালী ঠাই পূৰ কৰা :
a ) বােকা মাটিৰ কণাবােৰ আটাইতকৈ বোকা আৰু কণাবােৰ আঠালগা হিচাপে থাকে ।
b ) মাহজাতীয় শস্যৰ বাবে লোম মাটি উপযুক্ত ।
c ) মাটিৰ C- স্তৰৰ তলত থকা স্তৰটো হ’ল R স্তৰ আৰু এই স্তৰটোক আধাৰশিল বুলি কোৱা হয় ।
d ) শিলৰ বিচূৰ্ণীভৱন ঘটি মাটিৰ সৃষ্টি হৈছে ।
- মাটি কেই প্রকাৰৰ ? সেইকেইবিধৰ নাম লিখা । কিহৰ ওপৰত ভেটি কৰি এই শ্রেণীবিভাজন কৰা হৈছে ভিত্তি চমুকৈ লিখা ।
উত্তৰঃ
- অন্তঃস্ৰৱন বুলিলে কি বুজা? কোনবিধ মাটিৰ ক্ষেত্ৰত অন্তঃস্ৰবন বেছি আৰু কোনবিধত কম?
উত্তৰঃ
- পৰীক্ষাৰদ্বাৰা মাটিৰ আর্দ্রতা কেনেদৰে প্ৰমাণ কৰিব পাৰি লিখা ।
উত্তৰঃ
- বালি মাটি খেতিৰ বাবে কিয় উপযুক্ত নহয় বর্ণনা কৰা ।
উত্তৰঃ
- কোনবিধ মাটিয়ে পানী আটাইতকৈ বেছি শােষণ কৰে ? পানী শােষণ কৰা দেখুৱাবলৈ এটা পৰীক্ষা বর্ণনা কৰাঁ ।
উত্তৰঃ বালি মাটিত পানী শোষণ ক্ষমতা বেছি।
পৰীক্ষাঃ
- বাওফালৰ প্রতিটোৰ সৈতে সোঁফালৰ প্ৰতিটোক মিলােৱা ।
a ) O-স্তৰ i ) আটাইতকৈ টান স্তৰ
b ) A- স্তৰ ii ) আইন , এলুমিনিয়াম আদি থকা স্তৰ
c ) B- স্তৰ iii ) অকল জৈৱ পদাৰ্থৰ স্তৰ
d ) R – স্তৰ iv ) শিপা মণ্ডল নামেৰেও জনা যায়
উত্তৰঃ a ) O-স্তৰ= iii ) অকল জৈৱ পদাৰ্থৰ স্তৰ
b ) A- স্তৰ = iv ) শিপা মণ্ডল নামেৰেও জনা যায়
c ) B- স্তৰ = ii ) আইন , এলুমিনিয়াম আদি থকা স্তৰ
d ) R - স্তৰ = i ) আটাইতকৈ টান স্তৰ
DIKHA BORA