অধ্যায়ঃ ১২
আহোম যুগৰ সাজপাৰ
১। সাজ – পােছাকৰ জৰিয়তে কি কি কথাৰ আভাস পােৱা যায় ?
উত্তৰঃ সাজ-পোছাকৰ জৰিয়তে একোজন ব্য়ক্তিৰ ৰুচি-অভিৰুচি,ব্য়ক্তিত্ব,একোটা জাতিৰ জাৰীয় পৰিচয় আদি কথাৰ আভাস পোৱা যায়।
২। সাজপাৰৰ উল্লেখ থকা পুৰণি অসমৰ তিনিখন গ্ৰন্থৰ নাম লিখ ।
উত্তৰঃ সাজপাৰ উল্লেখ থকা পুৰণি অসমৰ তিনিখন গ্ৰন্থৰ নাম হ’ল (১) শ্ৰীহৰ্ষচৰিত (২)কালিকা পুৰাণ (৩) হস্তীবিদ্য়াৰ্ণৱ।
৩। অসমীয়া পুৰুষ সমাজৰ ধুতি পিন্ধাৰ নিয়ম সম্পর্কে লিখা ।
উত্তৰঃ
৪। অসমীয়া মহিলাৰ সাজ – পাৰৰ বিষয়ে আলােচনা কৰাঁ ।
উত্তৰঃ
৫। অসমীয়া মানুহৰ সাজ – পাৰৰ বিষয়ে এটা টোকা লিখ ।
উত্তৰঃ