অধ্যায়ঃ ৪
আহোম ৰাজ্যৰ শাসন ব্যৱস্থা
১। কোন চনত আহােম শাসনৰ অন্ত পৰিছিল ?
উত্তৰঃ ১৮২৬ চনত আহোম শাসনৰ অন্ত পৰিছিল।
২।কোনজন আহােম ৰজাৰ ৰাজত্ব কালত শিঙৰি ঘৰত উঠি ৰজা হােৱাৰ পৰম্পৰা আৰম্ভ হৈছিল ?
উত্তৰঃ স্বৰ্গদেউ চুডাংফা বা বামুণী কোৱঁৰৰ দিনত শিঙৰি ঘৰত উঠি ৰজা হোৱাৰ পৰম্পৰা আৰম্ভ হৈছিল।
৩। চুকাফা শব্দৰ অৰ্থ লিখা ।
উত্তৰঃ চুকাফা শব্দৰ অৰ্থ হল-স্বৰ্গৰ পৰা অহা বাঘ।
৪। চুহুংমুং শব্দৰ অর্থ কি লিখা ।
উত্তৰঃ চুহুংমুং শব্দৰ অৰ্থ হল-বিখ্য়াত দেশৰ বাঘ।
৫। আহােম ৰজাই নিজৰ নামৰ শেষত ‘ সিংহ ’ উপাধি কিয় গ্রহণ কৰিছিল ?
উত্তৰঃ
৬। আহােম শাসন ব্যৱস্থাত কাক পাত্র – মন্ত্রী বােলা হৈছিল ?
উত্তৰঃ আহোম স্বৰ্গদেউসকলৰ উচ্চ পযাৰ্য়ৰ মন্ত্ৰদাতাসকলক সামুহিকভাৱে পাত্ৰ-মন্ত্ৰী বোলা হয়।
৭। আহােম শাসন ব্যৱস্থাত থকা প্রধান পাত্র – মন্ত্রী তিনিজনক কি বুলি জনা গৈছিল ?
উত্তৰঃ বুঢ়াঁগোহাই, বৰফুকন , বৰপাত্ৰ গোঁহাই।
৮। বৰবৰুৱাৰ প্রধান দায়িত্ব কি আছিল ?
উত্তৰঃ
৯। বৰফুকনৰ প্রধান কার্য আৰু তেওঁ শাসনকার্য প্রধানকৈ কোন ঠাইৰপৰা পৰিচালনা কৰিছিল ?
উওৰ :-
১১। চর্মটোকা লিখা । ( প্রতিটোৰে মূল্যাংক ৫ )
ক) পাইক প্রথা
উত্তৰঃ
খ) খেল প্রথা ।
উত্তৰঃ
গ) পঁচা প্রথা ।
উত্তৰঃ
ঘ) বন্দী – বেটীৰ ব্যৱস্থা ।
উত্তৰঃ
Type-Arup koch And Apubra kakati