chapter- 4
জীৱৰ চলন
১। সকলো উদ্ভিদৰ চলন আছেনে?
(ক) আছে
(খ) নাই
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) আছে ।
২। কিছুমান অনুজীৱই কোষৰ কিহৰ সহায়ত চলাচল কৰে?
(ক) সংকোচন আৰু প্ৰসাৰণৰ
(খ) ফ্লেজেলা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) সংকোচন আৰু প্ৰসাৰণৰ ।
৩। উদ্ভিদৰ শিপাবোৰে কি বলৰ দিশত বাঢ়ে?
(ক) স্পৰ্শ
(খ) মাধ্য়াকৰ্ষণ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) মাধ্য়াকৰ্ষণ।
৪। প্ৰাণীয়ে খোজ কাঢ়োতে বা দৌৰোঁতে কেইখন ঠেং ব্য়ৱহাৰ কৰে?
(ক) দুখন
(খ) তিনিখন
(গ) চাৰিখন
উত্তৰ- (ক) দুখন ।
৫। মানুহৰ শৰীৰত সৰু-ডাঙৰ কেইডাল হাড় আছে?
(ক) ২০৭
(খ) ২০৬
(গ) ২২৩
উত্তৰ- (খ) ২০৬ ।
৬। হাড়ৰৰ গাঁথনিটোক কি বোলে?
(ক) ঠেং
(খ) জঁকা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) জঁকা ।
৭। শৰীৰৰ প্ৰধান হাড় ডালৰ নাম কি?
(ক) জঁকা
(খ) ৰাজহাড়
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) ৰাজহাড় ।
৮। লাওখোলাত কেইডাল হাড় থাকে?
(ক) ২৩
(খ) ২৮
(গ) ২৯
উত্তৰ- (গ) ২৯ ।
৯। লাওখোলাৰ কেইডাল হাড় লৰচৰ কৰিব নোৱাৰে?
(ক) ১২
(খ) ২৮
(গ) ২২
উত্তৰ- (খ) ২৮ ।
১০। মাংসপেশীৰ চলনক কিহে নিয়ন্ত্ৰন কৰে?
(ক) শৰীৰে
(খ) হাড়ে
(গ) মগজুৱে
উত্তৰ- (গ) মগজুৱে ।
১১। সকলো জীৱই কি কৰিব পাৰে?
(ক) লৰচৰ
(খ) খেলিব
(গ) দৌৰিব
উত্তৰ- (ক) লৰচৰ ।
১২। ইয়াক কি বোলে?
(ক) ফ্লেজেলা
(খ) জীৱৰ চলন
(গ) উদ্ভিদৰ চলন
উত্তৰ- (খ) জীৱৰ চলন ।
১৩। বেক্টেৰিয়া, এমিবা, অণুজীৱ ইহঁত কি কোষী জীৱ?
(ক) এককোষী
(খ) বহুকোষী
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (ক) এককোষী ।
১৪। _______ৰ কোষত এডাল বা এডালতকৈ বেছি চুলিৰ দৰে অংশ থাকে?
(ক) বেক্টেৰিয়াৰ
(খ) অণুজীৱৰ
(গ) এমিবাৰ
উত্তৰ- (ক) বেক্টেৰিয়াৰ ।
১৫। এইবোৰক কি বোলে?
(ক) শ্লাইড
(খ) মেৰুদণ্ড
(গ) ফ্লেজেলা
উত্তৰ- (গ) ফ্লেজেলা ।
১৬। এমিবাই কোষৰ আকাৰ সলনি কৰি কি নামৰ এবিধ অংশৰ সৃষ্টি কৰে?
(ক) ড্ৰপা
(খ) কূটপদ
(গ) মাধ্য়াকৰ্ষণ
উত্তৰ- (খ) কূটপদ ।
১৭। শৰীৰত থকা হাড়বোৰ এডাল আনডালৰ লগত_____লাগি থাকে?
(ক) জোৰা
(খ) মাংস
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (ক) জোৰা ।
১৮। চৰায়ে কাৰ সহায়ত উৰে?
(ক) মানুহৰ
(খ) ডেউকাৰ
(গ) হাতৰ
উত্তৰ- (খ) ডেউকাৰ ।
১৯। উৰি ফুৰাৰ সুবিধাৰ কাৰণেই চৰাইৰ আগঠেং দুখন কাৰ ৰূপ লয়?
(ক) ভৰিৰ
(খ) হাতৰ
(গ) ডেউকাৰ
উত্তৰ- (গ) ডেউকাৰ ।
২০। সাপৰ______বা_______নাথাকে?
(ক) ঠেং বা ডেউকা
(খ) হাত বা ভৰি
(গ) কাণ বা নাক
উত্তৰ- (ক) ঠেং বা ডেউকা ।
Type by- Bikul Mandal