বিদ্য়ুৎ
Chapter-14
১/ তলৰ কোনবিধ আহিলাই বিদ্য়ুৎ যোগান ধৰিব পাৰে
(ক) বৈদ্য়ুতিক কোষ
(খ) তামৰ তাঁৰ
(গ) বাল্ব
উত্তৰঃ (ক) বৈদ্য়ুতিক কোষ।
২/ বৰ্তনী এটা মুক্ত বা বন্ধ কৰিবলৈ কোনবিধ আহিলা ব্য়ৱহাৰ কৰা হয়
(ক) বেটাৰি
(খ) ছুইচ
(গ) প্লাগ
উত্তৰঃ (খ) ছুইচ।
৩/ বাল্ব এটাৰ ভিতৰত উজ্বলি উঠি পোহৰ বিলোৱা তাঁৰডাল হল
(ক) প্লাগ
(খ) ছুইচ
(গ) ফিলামেণ্ট
উত্তৰঃ (গ) ফিলামেণ্ট।
৪/ তলৰ কোনবিধ পদাৰ্থ বিদ্য়ুতৰ পৰিবাহী নহয়
(ক) তাম
(খ) প্লাষ্টিক
(গ)ৰূপ
উত্তৰঃ (খ) প্লাষ্টিক।
৫/ বিদ্য়ুৎ প্ৰবাহিত হব পৰা পথেই হল
(ক) বন্ধ বৰ্তনী
(খ) বৈদ্য়ুতিক বৰ্তনী
(গ) খোলা বৰ্তনী
উত্তৰঃ (খ) বৈদ্য়ুতিক বৰ্তনী।
৬/ বিদ্য়ুৎপ্ৰবাহ চলি থকা বৰ্তনীক কি বৰ্তনী বোলা হয়
(ক) বন্ধ বৰ্তনী
(খ) খোলা বৰ্তনী
(গ) ওপৰৰ এটাও নহয়
উত্তৰ(ক) বন্ধ বৰ্তনী।
৭/ বিদ্য়ুৎপ্ৰবাহ চলি নথকা বৰ্তনীয়ে হল
(ক) বৈদ্য়ুতিক বৰ্তনী
(খ) খোলা বৰ্তনী
(গ) বন্ধ বৰ্তনী
উত্তৰঃ (খ) খোলা বৰ্তনী।
৮/ যিবোৰ পদাৰ্থৰ মাজেৰে বিদ্য়ুৎ প্ৰবাহিত হয়, তেনে পদাৰ্থক কি পদাৰ্থ বোলা হয়
(ক) পৰিবাহী
(খ) অপৰিবাহী
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) পৰিবাহী।
৯/ যিবোৰ পদাৰ্থৰ মাজেৰে বিদ্য়ুৎ পাৰ হৈ যাব নোৱাৰে তাক কি বোলা হয়
(ক) পৰিবাহী
(খ) অপৰিবাহী
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) অপৰিবাহী।
১০/ বৈদ্য়ুতিক কোষে কি যোগান ধৰে
(ক) পৰিবাহী
(খ) বিদ্য়ুৎ
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) বিদ্য়ুৎ।
১১/ তাঁৰেৰে কি বিদ্য়ুৎ যোগান ধৰা নহয়
(ক) বাল্ব
(খ) দেৱালঘড়ী
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) দেৱালঘড়ী।
১২/ ঘড়ী আৰু টৰ্চত পোৱা বেলন আকৃতিৰ এই আহিলাবিধ হল
(ক) বেটাৰি
(খ) তাঁৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) বেটাৰি।
১৩/ + চিন থকা মূৰটোক কি মেৰু বোলা হয়
(ক) ধনাত্মক
(খ) ঋণাত্মক
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) ধনাত্মক।
১৪/ – চিন থকা মূৰটোক কি মেৰু বোলা হয়
(ক) ঋণাত্মক
(খ) ধনাত্মক
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) ঋণাত্মক।
১৫/ তলত দিয়া কোনটো বিদ্য়ুৎৰ আহিলা
(ক) ফেন
(খ) ঘড়ী
(গ) টৰ্চ
উত্তৰঃ (ক) ফেন।
১৬/ বৈদ্য়ুতিক কোষ এটাৰ কেইটা মেৰু থাকে
(ক) ১ টা
(খ) ২ টা
(গ) ৩ টা
উত্তৰঃ (খ) ২ টা।
১৭/ বিদ্য়ুতৰ সহায়ত কি চলে
(ক) বেটাৰি
(খ) ফেন
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) ফেন।
১৮/ কাঁচৰ বাল্বটোৰ ভিতৰত এডাল মিহি তাঁৰ থাকে। এই তাঁৰডালক কি বোলা হয়
(ক) ধনাত্মক
(খ) ফিলামেণ্ট
(গ) পৰিবাহী
উত্তৰঃ (খ) ফিলামেণ্ট।
১৯/ দেৱালঘড়ী এটাই বিদ্য়ুৎ কৰ পৰা পায়
(ক) বৈদ্য়ুতিক তাঁৰ
(খ) বেটাৰী
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) বেটাৰী।
২০/ দেৱালঘড়ীৰ ভিতৰত কি বিদ্য়ুৎ থাকে
(ক) তাঁৰৰ বিদ্য়ুৎ
(খ) বিদ্য়ুৎ কোষ
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) বিদ্য়ুৎ কোষ।