Chapter 4
সামাজিক ন্যায়
১। সামাজিক ন্যায়ৰ ইংৰাজী প্ৰতিশব্দ কি ?
(ক) Social
(খ) Justice
(গ) Social Justice
উত্তৰঃ (গ) Social Justice
২। “এক ন্যায়পূৰ্ণ সমাজ হ’ল সেইখন সমাজ , য’ত পৰস্পৰৰ প্ৰতি প্ৰবল শ্ৰদ্ধাৰ ভাব থাকে আৰু তাপমানৰ ভাব পৰিহাৰ কৰি এ ক সহানুভুতিশী়ল সমাজ গঢ়ি উঠে ।” _ এই কথাযাৰ কোনে কৈছিল ?
(ক) মহাত্মা গান্ধী
(খ) বি আৰ আম্বেদকাৰ
(গ) ভূপেন হাজৰীকা
উত্তৰঃ (খ) বি আৰ আম্বেদকাৰ
৩। ইমাুৱেন কান্ট কোন দেশৰ নাগৰিক আছিল ?
(ক) জাৰ্মান
(খ) ভাৰত
(গ) গ্ৰীক
উত্তৰঃ (ক) জাৰ্মান
৪। “:সমানুপাতিক ন্যায়ৰ” ইংৰাজী প্ৰতিশব্দ কি ?
(ক) Social
(খ) Social Justice
(গ) Proportionate Justice
উত্তৰঃ (গ) Proportionate Justice
৫। চাহ জনগোষ্ঠীৰ ন্যায়ৰ বাবে মাত মতা এজন বিশেষ ৰাজনীতিবিধৰ নাম হ’ল —
(ক) বি আৰ আম্বেদকাৰ
(খ) নেতাজী সুভাষ চন্দ্ৰ বসু
(গ) আনুৱাৰা টাইমূৰ
উত্তৰঃ (ক) বি আৰ আম্বেদকাৰ
৬। ভাৰতৰ দ্বিতীয় গৰাকী মহিলা ৰাষ্ট্ৰপ্ৰতিজনৰ নাম কি ?
(ক) দুপ্ৰদী মৰ্মু
(খ) প্ৰতিভা দেৱী সিং পাতিল
(গ) আনোৱাৰা টাইমূৰ
উত্তৰঃ (ক) দুপ্ৰদী মৰ্মু
৭। ন্যায়ৰ এটা উদাহৰণ হল—-
(ক) দুখীয়া লোকক আগস্থান দিয়া
(খ) ধনী লোকক আগস্থান দিয়া
(গ) সমাজৰ প্ৰতিজনলোকক সমান ব্যৱহাৰ কৰা
উত্তৰঃ (গ) সমাজৰ প্ৰতিজনলোকক সমান ব্যৱহাৰ কৰা
৮। সমতা আৰু ন্যায় একেইনে ?
(ক) একেই
(খ) ইহঁতৰ মাজত পাৰ্থক্য আছে
উত্তৰঃ (খ) ইহঁতৰ মাজত পাৰ্থক্য আছে
৯। অসমৰ এজন বিখ্যাত ন্যায়ধীসৰ নাম হল—-
(ক) ৰন্জিত গগৈ
(খ) তৰুণ গগৈ
(গ) কমনা নাৰায়ণ
উত্তৰঃ (ক) ৰন্জিত গগৈ
১০। অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি বিবাদৰ নিস্পতি কোন জন ন্যাসধীশৰ তত্বাবধানত হৈছিল ?
(ক) এম এন নাইডু
(খ) ৰন্জিত গগৈ
(গ) নীলম সন্জিবা ৰেড্ডি
উত্তৰঃ (খ) ৰন্জিত গগৈ