Chapter- 12
জয়মতী কুঁৱৰী
1) আহোমসকলে ৰাজত্ব কৰাৰ সময়ত বৰ্তমান শিৱসাগৰ জিলাত থকা গাওঁখনৰ নাম কি?
(ক) মাদুৰী গোহাঁই গাওঁ
(খ) গোহাঁই গাওঁ
(গ) তুংখুঙীয়া গাওঁ
উত্তৰ- (ক) মাদুৰী গোহাঁই গাওঁ ।
2) জয়মতীক কাৰ বংশধৰ বুলি জনা যায়?
(ক) বুঢ়াগোহাঁই
(খ) আদাবৰীয়া সন্দিকৈ
(গ) বৰগোহাঁইৰ
উত্তৰ- (গ) বৰগোহাঁইৰ ।
3) জয়মতীৰ পিতৃ নাম কি?
(ক) লাইথেপেনা
(খ) গোবৰ
(গ) তুখুঙীয়া
উত্তৰ- (ক) লাইথেপেনা ।
4) জয়মতীৰ স্বামীজনৰ নাম কি?
(ক) তুংখুঙীয়া
(খ) লাঙ্গি গদাপাণিৰ
(গ) লাইথেপেনা
উত্তৰ- (খ) লাঙ্গি গদাপাণিৰ ।
5) জয়মতীৰ কেইজন সন্তান আছিল?
(ক) এজন
(খ) দুজন
(গ) তিনিজন
উত্তৰ- (খ) দুজন ।.
6) কম বয়সত ৰজা হোৱা বাবে কা’ক ল’ৰাৰজা বুলি কৈছিল?
(ক) চুলিক্ফা
(খ) লালুকসোলা
(গ) লাঙ্গি
উত্তৰ- (ক) চুলিক্ফা ।
7) চোৰাংচোৱা পৰা বাচি গদাপাণিয়ে ক’ত আত্মগোপন কৰিছিল?
(ক) কলিয়াবৰ
(খ) নগা পৰ্বত
(গ) সিন্ধু পৰ্বত
উত্তৰ- (খ) নগা পৰ্বত ।
8) জয়মতীক শাস্তি দিয়া ঠাইখনৰ নাম কি?
(ক) জেৰেঙা পথাৰ
(খ) সোঁণালী পথাৰ
(গ) নগা
উত্তৰ- (ক) জেৰেঙা পথাৰ ।
9) দেশভক্ত জয়মতীয়ে কিমান খ্ৰি.ত কিমান তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে?
(ক) ১৬৬৮ খ্ৰি.ৰ ২৫ জুলাই
(খ) ১৬৭৮ খ্ৰি.ত ১৬ মাৰ্চত
(গ) ১৬৮০ খ্ৰি.ত ২৭ মাৰ্চত
উত্তৰ- (গ) ১৬৮০ খ্ৰি.ত ২৭ মাৰ্চত ।
10) কিমান খ্ৰিষ্টাব্দত লালুকসোলাক হত্যা কৰি আৰু ল’ৰাৰজাক ৰজা ভাঙি তেওঁ নিজে আহোম সিংহাসনত উঠে?
(ক) ১৬৬৭ খ্ৰি.ত
(খ) ১৬৮১ খ্ৰি.ত
(গ) ১৬৮৭ খ্ৰি.ত
উত্তৰ- (খ) ১৬৮১ খ্ৰি.ত ।
Type by Bikul Mandal