Chapter 6
মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান
১। মানসিক স্বাস্থ্য বুলিলে কি বুজাই ?
(ক) দেহ- মনৰ অৱস্থাক
(খ) ব্যক্তিত্ব বিকাশ
(গ) কাৰ্য্যক্ষম
উত্তৰঃ (ক) দেহ- মনৰ অৱস্থাক
২। মনৰ স্বাস্থ্য ৰক্ষাৰ নিয়ম-কানুনকৰ শাস্ত্ৰক কি বিজ্ঞান বোলে ?
(ক) মানসিক বিজ্ঞান
(খ) সামাজিক বিজ্ঞান
(গ) অৰ্থনীতি বিজ্ঞান
উত্তৰঃ (ক) মানসিক বিজ্ঞান
৩। ১৯০০ খৃষ্ঠাব্দত আমেৰিকাৰ কোনগৰাকী যুৱকে ঘৰৰ পঞ্চম মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল ?
(ক) এডলফ্ মেয়ৰ
(খ) উইলিয়াম চুইটজাৰ
(গ) ক্লিফোৰ্ড বিয়াৰচ
উত্তৰঃ (গ) ক্লিফোৰ্ড বিয়াৰচ
৪। কোন গৰাকী ব্যক্তিয়ে পোনপ্ৰথমে মানসিক স্বাস্থ্যবিজ্ঞানৰ সংজ্ঞা আগবঢ়াইছিল ?
(ক) উইলিয়াম চুইটজাৰ
(খ) বিয়াৰচ্ উইলিয়াম জেমচ
(গ) কোলেচনীক
উত্তৰঃ (ক) উইলিয়াম চুইটজাৰ
৫। গ্ৰীক শব্দৰ ইংৰাজী শব্দ কি ?
(ক) ‘Health’
(খ) ‘Hygiene’
(গ) ‘Preservative’
উত্তৰঃ (খ) ‘Hygiene’
৬। ‘Hygiene’ শব্দৰ অৰ্থ কি ?
(ক) ‘Of Health’
(খ) ‘Hygeia’
(গ) ‘National’
উত্তৰঃ (ক) ‘Of Health’
৭। ‘Hygeia’ কিহৰ প্ৰতীক আছিল ?
(ক) শান্তি প্ৰতীক
(খ) নিৰ্বাহৰ প্ৰতীক
(গ) অশান্তি প্ৰতীক
উত্তৰঃ (খ) নিৰ্বাহৰ প্ৰতীক
৮। মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধানকৈ কেইটা উদ্দেশ্য আছে ?
(ক) তিনিটা
(খ) দুটা
(গ) নটা
উত্তৰঃ (ক) তিনিটা
৯। মনোবিজ্ঞানী স্কীনাৰৰ মতে মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্য কেইটা ?
(ক) এঘাৰতা
(খ) চৈধ্যতা
(গ) দুটা
উত্তৰঃ (গ) দুটা
১০। ‘A mind that Found itself’ নামৰ কিতাপখন আমেৰিকাৰ কোনজন যুৱকে লিখিছিল ?
(ক) ক্লিফোৰ্ড বিয়াৰচ্
(খ) কাৰ্ল মেনীনগা
(গ) উইলিয়াম চুইটজাৰ
উত্তৰঃ (ক) ক্লিফোৰ্ড বিয়াৰচ্
১১। মানসিক অসুস্থতা আৰু অস্বাভাৱিকতাৰ কাৰকসমূহক প্ৰধানকৈ কেইটা ভাগত ভগাব পাৰি ?
(ক) পাচঁটা
(খ) সাতটা
(গ) তিনিটা
উত্তৰঃ (গ) তিনিটা
১২। মানসিক স্বাস্থ্য কেই প্ৰকাৰৰ ?
(ক) এক
(খ) চাৰি
(গ) দুই
উত্তৰঃ (গ) দুই
১৩। কিমান চনত এগৰাকী আমেৰিকাৰ যুৱক ক্লিফোৰ্ড বিয়াৰচ লিখনিৰ জৰিয়তে মানসিক স্বাস্থ্যবিজ্ঞানৰ সূচনা হৈছিল ?
(ক) ১৯২৩
(খ) ১৯৯০
(গ) ১৯০০
উত্তৰঃ (খ) ১৯৯০
১৪। প্ৰথমতে মানসিক স্বাস্থ্যবিজ্ঞানে কি সমস্যাৰ বিষয়ে অধ্যায়ন কৰিছিল ?
(ক) মানসিক বিকাৰগ্ৰস্ত
(খ) নিৰাময়
(গ) মানসিক স্বাস্থ্য
উত্তৰঃ (ক) মানসিক বিকাৰগ্ৰস্ত
১৫। তলৰ কোনটো মানসিক স্বাস্থ্যবিজ্ঞানৰ কাৰ্য্য ?
(ক) নিদানমূলক আৰু আৰোগ্যমূলক কাৰ্য
(খ) নিজ সত্তা
(গ) মানসিক জীৱন সংৰক্ষণ নীতি
উত্তৰঃ (ক) নিদানমূলক আৰু আৰোগ্যমূলক কাৰ্য
১৬। তলৰ কোনটো মানসিক অসুস্থতা আৰু অস্বাভাৱিকতাৰ কাৰণ ?
(ক) শাৰীৰিক কাৰণ
(খ) ব্যক্তিগত কাৰণ
(গ) অৰ্থনৈতিক কাৰণ
উত্তৰঃ (ক) শাৰীৰিক কাৰণ
১৭। আধুনিক শিক্ষণ পদ্ধতি কি ?
(ক) খেল পদ্ধতি
(খ) নাচ-গান পদ্ধতি
(গ) প্ৰাণায়াম
উত্তৰঃ (ক) খেল পদ্ধতি
১৮। শিশুৱে সামগ্ৰিক বিকাশত চকু দিব লাগে ?
(ক) লাগে
(খ) নালাগে
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) লাগে
১৯। বৌদ্ধিক আৰু আবেগিক পৰিপক্ক হয়নে ?
(ক) নহয়
(খ) হয়
(গ) দুয়োটাই শুদ্ধ
উত্তৰঃ (খ) হয়
২০। ক্লিফোৰ্ড বিয়াৰচ কিমান বছৰ পিছত সুস্থ হৈছিল ?
(ক) পাঁচ বছৰ
(খ) তিনি বছৰ
(গ) চাৰি বছৰ
উত্তৰঃ (খ) তিনি বছৰ