মিচিংসকলৰ পুৰোহিতক কি বুলি কোৱা হয় ?

উত্তৰঃ মিচিংসকলৰ পুৰোহিতক মিঃবু বুলি কোৱা হয় ।