ৰবাৰ্ট গোৰ্ডাড কোন আছিল?তেওঁ কিয় বিখ্যাত?

উঃ ৰবাৰ্ট গোৰ্ডাড আমেৰিকাৰ এজন মহাকাশ বিজ্ঞানী আছিল। তেৱেঁই প্ৰথমে চন্দ্ৰলৈ পঠিওৱা ৰকেটৰ নক্সা আৰু আচঁনি প্ৰস্তুত কৰিছিল।