চৰিত পুথিমতে মাধৱদেৱে ওপৰত উল্লেখ কৰা অংকীয়া নাট পাঁচখনৰ বাহিৰেও আন তিনিখন অংকীয়া নাট কৰিছিল। সেই নাট তিনিখনৰ নাম কি ?

উত্তৰঃ নৃসিংহ যাত্ৰা, গোৱৰ্দ্ধন যাত্ৰা আৰু ৰাম যাত্ৰা ।