মাধৱদেৱে ৰচনা কৰা প্ৰথম বৰগীত কোনটো ?

উত্তৰঃ ‘ভয়োভাই সাৱধান, যাৱে নাহি ছুটে প্ৰাণ’ শীৰ্ষক বৰগীতটো ।