নামঘৰৰ কেইটা অংগ আৰু কি কি ?

উত্তৰঃ চাৰিটা- মণিকুট, কীৰ্তনঘৰ, ছোঁঘৰ আৰু বাট’চৰা ।