Chapter- 4
বৰ্মন বংশৰ ৰজা ভাস্কৰ বৰ্মন
১)কোনজন ৰজাই বৰ্মন বংশৰ ৰাজত্ব প্ৰতিষ্ঠা কৰিছিল?
(ক) পুষ্য বৰ্মন
(খ) ভাস্কৰ বৰ্মন
(গ) হৰ্ষবৰ্মন
উত্তৰ- (ক) পুষ্য বৰ্মন ।
২) ৰজা সুস্থিত বৰ্মনৰ কেইজন পুত্ৰ আছিল?
(ক) তিনিজন
(খ) চাৰিজন
(গ) দুজন
উত্তৰ- (গ) দুজন ।
৩) ৰজা সুস্থিত বৰ্মনৰ পুত্ৰ কেইজনৰ নাম কি?
(ক) সুপ্ৰতিষ্ঠিত বৰ্মন আৰু ভাস্কৰ বৰ্মন
(খ) কুমাৰ বৰ্মন, পুষ্য বৰ্মন, সমুদ্ৰ বৰ্মন
(গ) পুষ্য বৰ্মন, নাৰায়ন বৰ্মন, কল্যাণ বৰ্মন
উত্তৰ- (ক) সুপ্ৰতিষ্ঠিত বৰ্মন আৰু ভাস্কৰ বৰ্মন ।
৪) সুস্থিত বৰ্মনৰ মৃত্যুৰ পাছত কামৰূপত ৰাজ্যত কোন ৰজাই আক্ৰমণ আক্ৰমণ কৰে?
(ক) গণপতি
(খ) গৌড়ৰ
(গ) ভূতি
উত্তৰ- (খ) গৌড়ৰ ।
৫) উত্তৰ ভাৰতৰ কনৌজ ৰাজ্যৰ ৰজা জনৰ নাম কি?
(ক) হৰ্ষবৰ্দ্ধন
(খ) ৰাজ্যবৰ্দ্ধন
(গ) কনৌজৰ
উত্তৰ- (ক) হৰ্ষবৰ্দ্ধন ।
৬) হৰ্ষবৰ্দ্ধনৰ আগৰজন ৰজাৰ নাম কি আছিল?
(ক) হৰ্ষবৰ্দ্ধন
(খ) কুমাৰ বৰ্দ্ধন
(গ) ৰাজ্যবৰ্দ্ধন
উত্তৰ- (গ) ৰাজ্যবৰ্দ্ধন ।
৭) কাৰ সৈতে যুদ্ধ হোৱাত ৰাজ্যবৰ্দ্ধনৰ মৃত্যু হৈছিল?
(ক) কৰ্ণসুবৰ্ণ
(খ) শশাংকই
(গ) হংসবেগ
উত্তৰ- (খ) শশাংকই ।
৮) কোন কোন ৰজাই মিলি শশাংক পৰাজিত কৰিছিল?
(ক) ভাস্কৰ বৰ্মন, হৰ্ষবৰ্দ্ধ
(খ) কৰ্ণসুৰ্বন, গৌড়
(গ) মহেন্দ্ৰ বৰ্মন, মৃগা
উত্তৰ- (ক) ভাস্কৰ বৰ্মন, হৰ্ষবৰ্দ্ধ ।
৯)গৌড়ৰ ৰাজধানী কি?
(ক) সুবৰ্ণ
(খ) কৰ্ণসুৰ্বণ বা পৌড্ৰবৰ্দ্ধন
(গ) শ্ৰীহট্ৰ
উত্তৰ- (খ) কৰ্ণসুৰ্বণ বা পৌড্ৰবৰ্দ্ধন ।
১০) হিউৱেন চাং কিমান খ্ৰীষ্টাব্দত বিশ্ববিদ্যালয়লৈ আহিছিল?
(ক) ৬২৯ খ্ৰিষ্টাব্দত
(খ) ৬৬৫ খ্ৰিষ্টাব্দত
(গ) ৭৮৫ খ্ৰিষ্টাব্দত
উত্তৰ- (ক) ৬২৯ খ্ৰিষ্টাব্দত ।
১১) ভাস্কৰ বৰ্মনে কিমান খ্ৰীষ্টাব্দত সাধুজনক কামৰূপলৈ মাতিছিলে?
(ক) ৬৭৫ খ্ৰীষ্টাব্দত
(খ) ৬৪০ খ্ৰীষ্টাব্দত
(গ) ৬৪৫ খ্ৰীষ্টাব্দত
উত্তৰ- (খ) ৬৪০ খ্ৰীষ্টাব্দত ।
১২) হিউৱেন-চাঙে নিজ দেশলৈ গৈ কোনখন পুথি সংস্কৃত ভাষালৈ অনুবাদ কৰিছিল?
(ক) টাও – টে – কিং
(খ) কাম – লু – পো
(গ) টাং – কো – টাও
উত্তৰ- (ক) টাও – টে – কিং ।
১৩) হিউৱেন চাঙে লিখা টোকা অনুসৰি কামৰূপ ৰাজ্যৰ বিস্তৃতি কিমান?
(ক) ১৯০০ মাইল
(খ) ১৫০০ মাইল
(গ) ১৭০০ মাইল
উত্তৰ- (গ) ১৭০০ মাইল ।
১৪) পুৰণি কামৰূপৰ ৰজাসকলৰ ভিতৰত কোনজন ৰজাক শ্ৰেষ্ঠ বুলি কোৱা হৈছিল?
(ক) গণপতি বৰ্মন
(খ) ভাস্কৰ বৰ্মন
(গ) পুষ্য বৰ্মন
উত্তৰ- (খ) ভাস্কৰ বৰ্মন ।
১৫) হৰ্ষবৰ্দ্ধনে অনুষ্ঠিত কৰা ধৰ্মীয় সভাখনত শোভাযাত্ৰাত কাক বিশেষ সন্মান প্ৰদান কৰিছিল?
(ক) ভাস্কৰ বৰ্মন
(খ) স্থিতি বৰ্মন
(গ) নাৰায়ণ বৰ্মন
উত্তৰ- (ক) ভাস্কৰ বৰ্মন ।
Type by- Bikul Mandal