Chapter- 20
উৰুকাৰ ৰাতি
১। সৌৰভহঁতৰ আচল ঘৰ ক’ত?
(ক) গুৱাহাটীত
(খ) গোলাঘাটত
(গ) এটাও নহয়
উত্তৰ- (খ) গোলাঘাটত ।
২। সৌৰভৰ জন্ম ক’ত হৈছিল?
(ক) গুৱাহাটীত
(খ) গোলাঘাটত
(গ) এটাও নহয়
উত্তৰ- (ক) গুৱাহাটীত ।
৩। মাঘৰ বিহুৰ উৰুকা কেনেদৰে পাতে তাক চাবলৈ সৌৰভ এইবাৰ কলৈ গৈছিল?
(ক) বৰদেউতাকৰ ঘৰলৈ
(খ) পেহীয়েকৰ ঘৰলৈ
(গ) এটাও নহয়
উত্তৰ- (খ) পেহীয়েকৰ ঘৰলৈ ।
৪। কণ সৌৰভৰ কোন?
(ক) মোমায়েকৰ ল’ৰা
(খ) পেহীয়েকৰ ল’ৰা
(গ) এটাও নহয়
উত্তৰ- (খ) পেহীয়েকৰ ল’ৰা ।
৫। সৌৰভহঁতৰ পেহীয়েকহঁতৰ গাঁৱত কিহেৰে মেজি সজা হয়?
(ক) কাঠ আৰু খৰিৰে
(খ) খেৰেৰে
(গ) এটাও নহয়
উত্তৰ- (ক) কাঠ আৰু খৰিৰে ।
৬। নামনি অসমৰ ফালে কিহেৰে মেজি সাজে?
(ক) খেৰেৰে
(খ) কাঠ আৰু খৰিৰে
(গ) এটাও নহয়
উত্তৰ- (ক) খেৰেৰে ।
৭। নামনি অসমৰ মেজিটোক কি বুলি কোৱা হয়?
(ক) পুজি
(খ) ভেলাপুজি
(গ) এটাও নহয়
উত্তৰ- (খ) ভেলাপুজি ।
৮। আমেজ শব্দৰ অৰ্থ কি?
(ক) আনন্দ
(খ) আদৰণি
(গ) এটাও নহয়
উত্তৰ- (ক) আনন্দ ।
৯। “এই মেজিটো পিছে কেতিয়া জ্বলাবা?” এই কথাষাৰি কোনে কাক কৈছিল?
(ক) সৌৰভে তুতুলদাক কৈছিল
(খ) সৌৰভে কণদাক কৈছিল
(গ) এটাও নহয়
উত্তৰ- (খ) সৌৰভে কণদাক কৈছিল ।
১০। মেজি শব্দটো ভাঙিলে হ’ব
(ক) ম + এ + জি
(খ) ম + এ’ + জ + ই
(গ) এটাও নহয়
উত্তৰ- (খ) ম + এ’ + জ + ই ।
Type by- Bikul Mandal