শংকৰদেৱৰ প্ৰথম বৰগীতটো কি আৰু কেতিয়া,ক’ত ৰচনা কৰিছিল ?

উত্তৰঃ শংকৰদেৱৰ প্ৰথম বৰগীতটো হ’ল- ‘মন মেৰি ৰাম চৰণেহি লাগু’ আৰু শংকৰদেৱে প্ৰথমবাৰ তীৰ্থ-ভ্ৰমণলৈ যাওঁতে বদৰিকাশ্ৰমত এই গীতটো ৰচনা কৰিছিল |