শিক্ষাৰ ধাৰণা আৰু লক্ষ্য | Chapter 1 | Class 11 Education Lesson 1 Question and Answer Assamese Medium | HS 1st year Education Chapter 1 Solution | Class 11 education Lesson 1 Free Notes |

Chapter 1

Concept and Aims of Education

( শিক্ষাৰ ধাৰণা আৰু লক্ষ্য )

A. Very Short Type Question Answer: Mark – 1

1. শিক্ষাক কোনে ত্ৰিপাক্ষিক প্ৰক্ৰিয়া স্বৰূপে অভিহিত কৰিছিল?(2006 চনত এই প্ৰশ্নটো আহিছিল)

উত্তৰঃ জন ডিউই ।

2. ব্যক্তিকেন্দ্ৰিক শিক্ষাৰ প্ৰধান সমৰ্থক কোন আছিল ?(1999 চনত আৰু 2005 চনত এই প্ৰশ্নটো আহিছিল )

উওৰঃ ৰুচো ।

3. “উপযুক্ত সময়ত আমি সুখ আৰু দুখ অনুভৱ কৰিব পৰা ক্ষমতাই শিক্ষা”-কথাষাৰ কোনে কৈছিল ?(2010 চনত এই প্ৰশ্নটো আহিছিল )

উওৰঃ প্লেটো  ।

4.’আধুনিক শিক্ষাৰ পিতৃ’ বুলি কাক কোৱা হয় ?(এই প্ৰশ্নটো 2016 চনত আহিছিল )

উওৰঃ জন আমাছ (  Jhon Amos) 

5. ‘শিক্ষা হৈছে মানুহৰ ভিতৰত যি পূৰ্ণতা প্ৰথমৰ পৰাই বিদ্যামান তাৰ প্ৰকাশ।’-কথাষাৰ কোনে কৈছিল ?(2003 চনত এই প্ৰশ্নটো আহিছিল )

উওৰঃ স্বামী বিবেকানন্দ ।

6. এটা লেটিন শব্দৰ উৎপওিৰ  মতে ইংৰাজীৰ ‘এডুকেচন’ শব্দত ‘duco’ শব্দৰ অৰ্থ কি ?(2006 চনত এই প্ৰশ্নটো আহিছিল )

উওৰঃ ‘ duco ‘ শব্দৰ অৰ্থ হল -‘  মই আগবাঢো ‘ ।

7. ‘শিক্ষা হৈছে দ্বি-কেন্দ্ৰক প্ৰক্ৰিয়া’-কথাষাৰ কোনে কৈছিল ?(1999 চনত এই প্ৰশ্নটো আহিছিল )

উওৰঃ ছাৰ জন‌ আদামছ ।

8. ‘শিক্ষা হ’ল মানুহৰ অন্তৰ্নিহিত শক্তিৰ স্বাভাৱিক, ঐক্যবদ্ধ আৰু প্ৰগতিশীল বিকাশ ।”-কথাষাৰ কোনে কৈছিল ?(2004 চনত আৰু 2009 চনত এই প্ৰশ্নটো আহিছিল )

উওৰঃ পেষ্টল’ জি ।

9. জীৱবিদ্যাৰ লগত শিক্ষাৰ কোনো সম্পৰ্ক নাই । (এই প্ৰশ্নটো 2017 চনত আহিছিল )

উওৰঃ অশুদ্ধ ।

10. ‘সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰাটোৱেই শক্ষা’- এই কথাষাৰ কোনে কৈছিল ?(এই প্ৰশ্নটো 1999 চনত আৰু 2008 আহিছিল )

উওৰঃ এৰিষ্টটল ।

11. ‘Education’ শব্দটো গ্ৰীক / লেটীন / ফৰাচী ভাষাৰ পৰা আহিছে ?(2015 চনত এই প্ৰশ্নটো আহিছিল) 

উওৰঃ লেটিন ভাষা ।

12. Democracy and Education নামৰ গ্ৰন্থখনৰ ৰচক কোন ?(এই প্ৰশ্নটো 2006 চনত আহিছিল )

উওৰঃ জন ডিউই ।

13. শিক্ষাৰ সমাজকেন্দ্ৰক লক্ষ্যৰ প্ৰবক্তা কোন আছিল ?(এই প্ৰশ্নটো 1999 চনত আৰু 2008 চনত আহিছিল )

উওৰঃ  জন ডিউই ।

14. “শিক্ষাৰ এটা সংজ্ঞা দিয়া ।(এই প্ৰশ্নটো 20016 চনত আহিছিল )

উওৰঃ প্লেটো  ৰ মতে,” শিক্ষা হ’ল সমাজ আৰু ব্যক্তিৰ মাজত চলি থকা এক প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়া ব্যাক্তিৰ দেহ, আত্মাৰ লগত জড়িত। এই  প্ৰক্ৰিয়া ই এজন ব্যক্তিৰ সুখ আনন্দ যথা সময়ত লভিবলৈ সক্ষম কৰে । “

15. “শিক্ষা হ’ল মানুহৰ অন্তনীহিত শক্তিৰ স্বাভাৱিক,সুসামজ্ঞস্যপূৰ্ণ আৰু প্ৰগতিশীল বিকাশ ।” কথাষাৰ কোনে কৈছিল ? (এই প্ৰশ্নটো 2018 চনত আহিছিল)

উওৰঃ পেষ্টল’জি ।

16. শিক্ষাৰ ত্ৰিপাক্ষিক পদ্ধতিত শিক্ষক,-আৰু সামাজিক পৰিবেশৰ প্ৰভাৱ জড়িত হৈ থাকে । (এই প্ৰশ্নটো 2001 চনত আহিছিল )

উওৰঃ শিক্ষাৰ ত্ৰিপাক্ষিক পদ্ধতিত শিক্ষক-আৰু সামাজিক পৰিবেশৰ  লগতে শিক্ষাৰ্থী ৰ প্ৰভাৱ জড়িত হৈ থাকে । 

17. “শিক্ষা বুলিলে মই শিশু আৰু পৈণত বয়সৰ মানুহৰ শৰীৰ, মন আৰু আত্মাৰ বিকাশকে বুজোঁ । – কথাষাৰ কোনে কৈছিল ?(এই প্ৰশ্নটো 2019 চনত আহিছিল )

উওৰঃ  মহাত্মা গান্ধী । 

B. Short Type Questions :  Marks : 2/3

1.’শিক্ষা হৈছে ত্ৰিপাক্ষিক প্ৰক্ৰিয়া ।’ শিক্ষাৰ পক্ষ তিনিটা কি কি ? (এই প্ৰশ্নটো 2005 চনত আহিছিল )

উওৰঃ 

2. গণতন্ত্ৰত বৃওীয় শিক্ষাৰ প্ৰয়োজজীয়তা উল্লেখ কৰা । (এই প্ৰশ্নটো 2008চনত আৰু 2009 চনত আহিছিল )

উওৰঃ. 

3. অগতানুগতিৰে শিক্ষাৰ বিষয় কি জানা লিখা ।(এই প্ৰশ্নটো 2001 চনত আহিছিল )

উওৰঃ

4. শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ সমৰ্থনত দুটা সবল দিশ উল্লেখ কৰা (এই প্ৰশ্নটো 2008 চনত আহিছিল )

উওৰঃ

5. শিক্ষাৰ ব্যক্তি কেন্দ্ৰিক আৰু সমাজ কেন্দ্ৰিক লক্ষ্যৰ মাজৰ যি কোনো চাৰিটা পাৰ্থক্য উল্লেখ কৰা ?(এই প্ৰশ্নটো 2004 চনত আৰু 2009 চনত আহিছিল)

উওৰঃ  

6. শিক্ষাৰ সমাজকেন্দ্ৰদিক লক্ষ্যৰ বিষয়ে চমুকৈ লিখা।( এই প্ৰশ্নটো 2006 চনত  আহিছিল ) 

উত্তৰঃ- 

7. অনুগতানুগতিক তিনিটা বৈশিষ্ট্য লিখা।( এই প্ৰশ্নটো 2007 চনত আহিছিল )

উত্তৰঃ-

8. অনুষ্ঠানিক শিক্ষাৰ দুটা লক্ষ্য লিখা।( এই প্ৰশ্নটো 1999 চনত আহিছিল )

উত্তৰঃ- 

9. অনানুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট উল্লেখ কৰা।( এই প্ৰশ্নটো 2005 চনত আৰু 2009 চনত আহিছিল 

)

উত্তৰঃ- 

10. অনুষ্ঠানিক শিক্ষা মানে কি ?( এই প্ৰশ্নটো 2000 চনত আহিছিল )

উত্তৰঃ- 

11. এজন নিৰক্ষৰ লোক অশিক্ষিত নহয়।” চমুকৈ বাখ্য কৰা।( এই প্ৰশ্নটো 2010 চনত আহিছিল )

উত্তৰঃ-

12. শিক্ষা এবিধ দ্বি-পাক্ষিক প্ৰক্ৰিয়া।” ইয়াত শিক্ষাৰ কোন দুটা পক্ষৰ কথা কোৱা হৈছে ?( এই প্ৰশ্নটো 2000 চনত, 2004 চনত, 2019 আৰু 2010 চনত আহিছিল )     

উত্তৰঃ-

13. অগতানুগতিক শিক্ষাৰ আৰু অনুষ্ঠানিক শিক্ষা মাজত দুটা পাৰ্থক্য লিখা।( এই প্ৰশ্নটো 2016 চনত আহিছিল )

উত্তৰঃ-

14. অনুষ্ঠানিক শিক্ষাৰ যিকোনো দুটা বৈশিষ্ট্য লিখা।( এই প্ৰশ্নটো 2004 চনত আৰু 2008 চনত আহিছিল )

উত্তৰঃ- 

15. পাৰ্থক্য লিখা শিক্ষিতৰ লোক আৰু সাক্ষৰ ব্যক্তি ( এই প্ৰশ্নটো 2008 চনত আহিছিল

উত্তৰঃ-

16. শিক্ষাৰ আৰু অৰ্থনীতিৰ সম্বদ্ধৰ বিষয়ে চমুকৈ লিখা।( এই প্ৰশ্নটো 2006 চনত আৰু 2010 চনত আহিছিল )

উত্তৰঃ- 

17. শিক্ষাৰ বৃত্তিমূলক লক্ষ্য বিষয়ে চমুকৈ লিখা।( এই প্ৰশ্নটো 2007 চনত আহিছিল )

উত্তৰঃ- 

18. শিক্ষাৰ সংকীৰ্ণ অৰ্থ বুলিলে কি বূজা ?( এই প্ৰশ্নটো 2002 চনত আহিছিল )

উত্তৰঃ-

19. শিক্ষা জীৱনযোৰা প্ৰক্ৰিয়া সম্বদ্ধে চমুকৈ বৰ্ণনা কৰা।( এই প্ৰশ্নটো 2007 চনত আহিছিল )

উত্তৰঃ- 

20. অগতানুগতিক শিক্ষা কি ?( এই প্ৰশ্নটো  2015 চনত আহিছিল)

উত্তৰঃ- 

21. জীৱবিজ্ঞানৰ  লগত শিক্ষাৰ  সম্পৰ্কৰ  বিষয়ে চমুকৈ লিখা ।(এই প্ৰশ্নটো 2009 চনত আহিছিল)

উত্তৰঃ 

22. আনুষ্ঠানিক শিক্ষাৰ  দুটা বৈশিষ্ট্য উল্লেখ তৰা।

উত্তৰঃ

23.  অগতানুগতিক শিক্ষাৰ দুটা প্ৰধান বৈশিষ্ট্য  লিখা।( এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ 

24. শিক্ষাৰ উদ্দেশ্য স্থিৰ কৰে দৰ্শনেহে, শিক্ষামনোবিজ্ঞানে নহয়।’ –কথাষাৰৰ তাতপৰ্য্য  ব্যাখ্যা  কৰা।) ( এই প্ৰশ্নটো 2005 চনত  আহিছিল)

উত্তৰঃ 

25. সমাজবিজ্ঞানৰ লগত  শিক্ষা কিদৰে জড়িত ?( এই  প্ৰশ্নটো 2016 চনত আহিছিল)

উত্তৰঃ 

C. Essay Type Questions.

1. শিক্ষাৰ  ব্যক্তিকেন্দ্ৰিক আৰু সামাজিক  লক্ষ্যৰ বিষয়ে  আলোচনা কৰা।( এই প্ৰশ্নটৈো 2002 চনত  আহিছিল ) 

উত্তৰঃ   

2. শিক্ষা বুলিলে কি বুজা ?  শিক্ষাৰ ব্যাপক আৰু সংকীৰ্ণ অৰ্থ চমুকৈ আলোচনা  কৰা ।( এই প্ৰশ্নটো 1999 চনত আহিছিল )

উত্তৰঃ 

3. আনুষ্ঠানিক  আৰু অনানুষ্ঠানিক শিক্ষাৰ  মাজৰ পাঁচটা বা তিনিটা পাৰ্থক্য উল্লেখ কৰা ?(এই  প্ৰশ্নটো 2003, 2007 চনত আহিছিল)

উত্তৰঃ 

4. শিক্ষাৰ বৃত্তিমূলক লক্ষ্য় বুলিলে কি বুজা ? গণতান্ত্ৰিক দেশ এখনত শিক্ষাৰ লক্ষ্য় কি হোৱা উচিত ?(এই প্ৰশ্নটো ২০০২ চনত আহিছিল )

উত্তৰঃ

5. শিক্ষাৰ সমাজকেন্দ্ৰিক  লক্ষ্যৰ বিষয়ে চমুকৈ লিখা ।( এই প্ৰশ্নটো 2015 চনত আহিছিল

)

উত্তৰঃ 

6. শিক্ষাৰ বৃত্তিমূলক লক্ষ্যৰ বুলিলে তুমি কি বুজা ?(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ 

7. শিক্ষাৰ  বৃত্তিমূলক  লক্ষ্যৰ বিষয়ে  চমুকৈ লিখা।( এই প্ৰশ্নটো 2018 চনত  আহিছিল)

উত্তৰঃ 

8. শিক্ষাৰ সামাজিক লক্ষ্য় বুলিলে তুমি কি বুজা ?শিক্ষাৰ সামাজিক আৰু ব্য়ক্তিকেন্দ্ৰিক লক্ষ্য়ৰ মাজত থকা তিনিতা পাৰ্থক্য় উল্লেখ কৰা ।(এই প্ৰশ্নটো 2017 চনত আহিছিল )

উত্তৰঃ

9. “শিক্ষা এটা ত্ৰিপাক্ষিক প্ৰক্ৰিয়া ।” কথাষাৰ কোনে কৈছিল? চমুকৈ বাখ্য়া কৰা ।( এই প্ৰশ্নটো 2015 চনত আহিছিল )

উত্তৰঃ

10. “শিক্ষাৰ ব্য়ক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক লক্ষ্য় এটা আনটোৰ বিৰোধী নহয়,পৰিপূৰক হে ।” চমুকৈ বাখ্য়া কৰা ।(এই প্ৰশ্নটো 2006 চনত আহিছিল )

উত্তৰঃ 

11. শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্য়ৰ বিষয়ে চমুকৈ লিখা ।  (এই প্ৰশ্নটো 2019 চনত আহিছিল )

উত্তৰ ঃ

12. শিক্ষাৰ সংজ্ঞা লিখা । শিক্ষাৰ সমাজকেন্দ্ৰিক অথবা সু-নাগৰিক তাৰ লক্ষ্য় বুলিলে কি বুজা লিখা ।(এই প্ৰশ্নটো 2000 চনত আহিছিল )

উত্তৰঃ 

13. শিক্ষা বুলিলে কি বুজা ? শিক্ষাৰ বৃত্তিমূলক লক্ষ্য় আলোচনা কৰা ।(এই প্ৰশ্নটো 2001 চনত আহিছিল )

উত্তৰঃ 

14.শিক্ষাৰ ব্য়ক্তিবাদী আৰু সামাজিক লক্ষ্য়ৰ চাৰিটা পাৰ্থক্য় লিখা ।(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ

15. শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্য় বুলিলে তুমি কি বুজা ?(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰঃ 

16. শিক্ষাৰ ত্ৰিকেন্দ্ৰিক প্ৰক্ৰিয়া বুলিলে তুমি কি বুজা ।(এই প্ৰশ্নটো 2018 চনত আহিছিল )

উত্তৰঃ 

17. শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্য়ৰ বিষয়ে চমুকৈ লিখা ।(এই প্ৰশ্নটো 2015 চনত আহিছিল )উত্তৰঃ Same
18.শিক্ষা বুলিলে তুমি কি বুজা ?শিক্ষাৰ ঠেক আৰু বহল অৰ্থ চমুকৈ বৰ্ণনা কৰা ।(এই প্ৰশ্নটো 2018 চনত আহিছিল )

উত্তৰঃ

19. শিক্ষাৰ পৰিসৰ সম্বন্ধে চমুকৈ লিখা ।(এই প্ৰশ্নটো 2016 চনত আহিছিল )

উত্তৰঃ

20.শিক্ষাৰ ব্য়ক্তিকেন্দ্ৰিক লক্ষ্য়ৰ বিষয়ে চমুকৈ লিখা ।(এই প্ৰশ্নটো 2016 চনত আহিছিল )

উত্তৰঃ