Chapter- 19
নিয়ৰ
১। নিয়ৰ কবিতাটিৰ কবি কোন?
(ক) আনন্দচন্দ্ৰ আগৰৱালা
(খ) চন্দ্ৰকুমাৰ আগৰৱালা
(গ) এটাও নহয়
উত্তৰ- (খ) চন্দ্ৰকুমাৰ আগৰৱালা ।
২। কবিয়ে মুকুতা মণিতি ক’ত জিলিকে বুলি কৈছে?
(ক) পাহিত
(খ) সৰগত
(গ) এটাও নহয়
উত্তৰ- (ক) পাহিত ।
৩। নিজম আকাশৰ নিচুক কথাটি কবিয়ে ক’ত সাঁচি থোৱাৰ কথা কৈছে?
(ক) পাহিত
(খ) হিয়াত
(গ) এটাও নহয়
উত্তৰ- (খ) হিয়াত ।
৪। নিয়ৰ কবিতাটিৰ কবিজনৰ কিমান চনত জন্ম হৈছিল?
(ক) ১৮৮৯ চনত
(খ) ১৮৬৭ চনত
(গ) এটাও নহয়
উত্তৰ- (খ) ১৮৬৭ চনত ।
৫। জোনাকী কাকতখন কিমান চনত প্ৰকাশ পাইছিল?
(ক) ১৮৮৯ চনত
(খ) ১৯৮৯ চনত
(গ) এটাও নহয়
উত্তৰ- (ক) ১৮৮৯ চনত ।
৬। তেওঁক কিহৰ বাবে প্ৰতিমাৰ খনিকৰ বুলি আখ্য়া দিয়া হৈছিল?
(ক) তেওঁৰ প্ৰতিমা কবিতা পুথিখনৰ বাবে
(খ) জোনাকী কাকতখনৰ বাবে
(গ) এটাও নহয়
উত্তৰ- (ক) তেওঁৰ প্ৰতিমা কবিতা পুথিখনৰ বাবে ।
৭। কিহৰ কলিৰে ফুলজুপিৰ শোভা বাঢ়ে?
(ক) ফুলৰ কলিৰে
(খ) নিয়ৰ কলিৰে
(গ) এটাও নহয়
উত্তৰ- (খ) নিয়ৰ কলিৰে ।
৮। হেঙুলি শব্দৰ অৰ্থ কি?
(ক) ৰঙচুৱা
(খ) শোভাযুক্ত
(গ) এটাও নহয়
উত্তৰ- (ক) ৰঙচুৱা ।
৯। টোপনি শব্দৰ সমাৰ্থক শব্দ কি?
(ক) বচন
(খ) নিদ্ৰা
(গ) এটাও নহয়
উত্তৰ- (খ) নিদ্ৰা ।
১০। পানী শব্দৰ সমাৰ্থক শব্দ কি?
(ক) জল
(খ) দিবাকৰ
(গ) এটাও নহয়
উত্তৰ- (ক) জল ।
Type by- Bikul Mandal