Chapter- 15
অভীকৰ অসুখ
১। কিহৰ বাবে অভীক এইকেইদিন স্কুললৈ যাবলৈ পৰা নাই?
(ক) জ্বৰত ভোগাৰ বাবে
(খ) ডিঙি আৰু পিঠিৰ বিষ বোৱা বাবে
(গ) এটাও নহয়
উত্তৰ- (খ) ডিঙি আৰু পিঠিৰ বিষ বোৱা বাবে ।
২। অভীকৰ বন্ধু কোন?
(ক) পল্লৱ
(খ) উপেন
(গ) এটাও নহয়
উত্তৰ- (ক) পল্লৱ ।
৩। উপেন শৰ্মা অভীকৰ কোন?
(ক) শ্ৰেণী শিক্ষক
(খ) দেউতাক
(গ) এটাও নহয়
উত্তৰ- (ক) শ্ৰেণী শিক্ষক ।
৪। অভীকহতৰ শিক্ষকে কি কথাত সদায় জোৰ দি আহিছে?
(ক) ভাল হোৱা আৰু মুখস্থ কৰা
(খ) নিয়মানুৱৰ্তিতা আৰু পৰিপাট্য়
(গ) এটাও নহয়
উত্তৰ- (খ) নিয়মানুৱৰ্তিতা আৰু পৰিপাট্য় ।
৫। অভীকৰ মোমায়েকৰ ল’ৰাজনৰ নাম কি?
(ক) ৰিপুঞ্জয়
(খ) পল্লৱ
(গ) এটাও নহয়
উত্তৰ- (ক) ৰিপুঞ্জয় ।
৬। ডিঙি আৰু পিঠিৰ বিষৰ লগত বাৰু বহাৰ কিবা সম্পৰ্ক আছে নেকি? এই কথাষাৰি অভীকে কাক কৈছিল?
(ক) ৰিপুঞ্জয়ক
(খ) উপেন শৰ্মা
(গ) এটাও নহয়
উত্তৰ- (ক) ৰিপুঞ্জয়ক ।
৭। পৰিপাট্য় শব্দৰ অৰ্থ কি?
(ক) পৰিস্থিতি
(খ) পৰিপাটি গুন, সুশৃঙ্খলতা
(গ) এটাও নহয়
উত্তৰ- (খ) পৰিপাটি গুন, সুশৃঙ্খলতা ।
৮। অভীকৰ খবৰ ল’বলৈ কোন আহিছিল?
(ক) উপেন শৰ্মা
(খ) পল্লৱ
(গ) এটাও নহয়
উত্তৰ- (খ) পল্লৱ ।
৯। কাগজবোৰ বেয়া। ইয়াত বেৱা শব্দটো কি পদ?
(ক) বিশেষ্য় পদ
(খ) বিশেষণ পদ
(গ) এটাও নহয়
উত্তৰ- (খ) বিশেষণ পদ ।
১০। লাঘৱ শব্দৰ অৰ্থ কি?
(ক) পাতল কৰা কাৰ্য্য়, হ্ৰাস
(খ) ভৰ, হেঁচা
(গ) এটাও নহয়
উত্তৰ- (ক) পাতল কৰা কাৰ্য্য়, হ্ৰাস ।
Type by- Bikul Mandal