Chapter- 10
বাৰিষা
১। বাৰিষা কবিতাটোৰ কবি কোন?
(ক) অৰ্পণা বণিক্য়
(খ) শশীকান্ত গগৈ
(গ) এটাও নহয়
উত্তৰ- (খ) শশীকান্ত গগৈ ।
২। কবিজনৰ ক’ত আৰু কিমান চনত জন্ম হৈছিল?
(ক) ১৮৭৫ চনৰ গুৱাহাটীত
(খ) ১৯১৬ চনৰ শিৱসাগৰত
(গ) এটাও নহয়
উত্তৰ- (খ) ১৯১৬ চনৰ শিৱসাগৰত ।
৩। ১৯৪২ চনৰ কি আন্দোলনত যোগ দি তেখেতে কিছুদিন কাৰাবাস খাটিছিল?
(ক) ভাৰত ত্য়াগ আন্দোলন
(খ) ইয়াণ্ডাবু সন্ধি
(গ) এটাও নহয়
উত্তৰ- (ক) ভাৰত ত্য়াগ আন্দোলন ।
৪। তেওঁ কিমান কবিতা লিখি থৈ গৈছে?
(ক) এশৰো অধিক
(খ) দুশৰো অধিক
(গ) এটাও নহয়
উত্তৰ- (খ) দুশৰো অধিক ।
৫। কিমান চনত কবিজনাৰ মৃত্য়ু হৈছিল?
(ক) ১৯৮৯ চনত
(খ) ১৯৩৬ চনত
(গ) এটাও নহয়
উত্তৰ- (ক) ১৯৮৯ চনত ।
৬। গাজনি শব্দৰ অৰ্থ কি?
(ক) ঘৰৰ ফাললৈ যোৱা
(খ) ডাঙৰ শব্দ
(গ) এটাও নহয়
উত্তৰ- (খ) ডাঙৰ শব্দ ।
৭। বাটেৰে যোৱা মানুহ = ………
(ক) খৰ-খেদা
(খ) বাটৰুৱা
(গ) এটাও নহয়
উত্তৰ- (খ) বাটৰুৱা ।
৮। ঘৰত পোহা জন্তু = ……….
(ক) ঘৰচীয়া
(খ) গাঁৱলীয়া
(গ) এটাও নহয়
উত্তৰ- (ক) ঘৰচীয়া ।
৯। ছানি শব্দৰ অৰ্থ কি?
(ক) আৱৰি
(খ) পানী থকা সৰু খাল, খাৱৈ
(গ) এটাও নহয়
উত্তৰ- (ক) আৱৰি ।
১০। গৰু-গাইবোৰ লৰা-ঢপৰা কৰি ক’লৈ আহে?
(ক) পথাৰলৈ
(খ) ঘৰলৈ
(গ) এটাও নহয়
উত্তৰ- (খ) ঘৰলৈ ।
Type by- Bikul Mandal