Chapter-6
বকুল নাৱৰীয়া
১. বাৰিষা-খৰালি সকলো দিনতে কাৰ নাও চলে?
(ক) বকুলৰ নাও
(খ) ৰঘুনাথৰ নাও
(গ) এটাও নহয়
উত্তৰ- (ক) বকুলৰ নাও ।
২. বকুল নাৱৰীয়াৰ ঘৰ ক’ত?
(ক) চহৰত
(খ) কদমনি গাঁৱত
(গ) এটাও নহয়
উত্তৰ- (খ) কদমনি গাঁৱত ।
৩. কোনে বকুলক ইপদ-সিপদ বস্তু দিয়ে?
(ক) নগৰবাসীয়ে
(খ) গাঁওবাসীয়ে
(গ) এটাও নহয়
উত্তৰ- (খ) গাঁওবাসীয়ে ।
৪. কাৰ সৈতে বকুলে মাজে মাজে সপোনত কথা পাতে?
(ক) নাওখনৰ সৈতে
(খ) আপোন মানুহৰ সৈতে
(গ) এটাও নহয়
উত্তৰ- (ক) নাওখনৰ সৈতে ।
৫. নাওখনত তেওঁ কি বস্তু ৰাখিছিল?
(ক) এপাট বঠা, পানী সিঁচিবলৈ টিনৰ পাত্ৰ আৰু দুডাল লগী
(খ) দুপাট বঠা, পানী সিঁচিবলৈ টিনৰ এটা পাত্ৰ আৰু এডাল লগী
(গ) এটাও নহয়
উত্তৰ- (খ) দুপাট বঠা, পানী সিঁচিবলৈ টিনৰ এটা পাত্ৰ আৰু এডাল লগী ।
৬. “ঐ বকুল, কিনো ভাবি আছ অ’ তই?” এই কথাষাৰি কোনে কাক কৈছিল?
(ক) যদু মাষ্টৰে বকুলক
(খ) বকুলে নিজে নিজকে কৈছিল
(গ) এটাও নহয়
উত্তৰ- যদু মাষ্টৰে বকুলক ।
৭. অভ্য়স্ত শব্দৰ অৰ্থ কি?
(ক) ধ্বংস
(খ) অভ্য়াস থকা
(গ) এটাও নহয়
উত্তৰ- (খ) অভ্য়াস থকা ।
৮. শব্দৰ পাছত যিবোৰ চিহ্ন যোগ হৈ শব্দ এটা পদলৈ ৰূপান্তৰিত কৰিব পাৰি সেইবোৰক কি বোলে?
(ক) বিভক্তি
(খ) পদ
(গ) এটাও নহয়
উত্তৰ- (ক) বিভক্তি ।
৯. সাৰথি শব্দৰ অৰ্থ কি?
(ক) সন্তোষ
(খ) সহায়; সংগী
(গ) এটাও নহয়
উত্তৰ- (খ) সহায়; সংগী ।
১০. বিভক্তি কেই প্ৰকাৰৰ?
(ক) ৩ প্ৰকাৰৰ
(খ) ২ প্ৰকাৰৰ
(গ) এটাও নহয়
উত্তৰ- (খ) ২ প্ৰকাৰৰ ।
Type by- Bikul Mandal