Chapter- 5
পোহৰ
১. ৰূপমৰ ভাল বন্ধু কোন আছিল?
(ক) অৰুণ
(খ) ৰাকেশ
(গ) অৰুপ
উত্তৰ- (ক) অৰুণ ।
২. অৰুণ আৰু ৰূপমে সেইদিনা কি বিষয়বস্তুৰ ওপৰত কথা পাতি আছিল?
(ক) বিভিন্ন বিষয় সম্বন্ধে
(খ) পঢ়া-শুনাৰ বিষয়ে
(গ) এটাও নহয়
উত্তৰ- (খ) পঢ়া-শুনাৰ বিষয়ে ।
৩. ৰূপমে ৰাতিপুৱা কেইবজাত উঠে?
(ক) পাঁচ বজাত
(খ) ছ বজাত
(গ) এটাও নহয়
উত্তৰ- (ক) পাঁচ বজাত ।
৪. অৰুণে ৰাতিপুৱা কেইবজাত উঠে?
(ক) ছ বজাৰ আগত
(খ) ছ বজাৰ পিছত
(গ) এটাও নহয়
উত্তৰ- (খ) ছ বজাৰ পিছত ।
৫. ৰূপমে ৰাতিপুৱা কেইবজাৰ পৰা পঢ়িবলৈ আৰম্ভ কৰে?
(ক) চাৰে পাঁচবজাৰপৰা
(খ) চাৰে ছবজাৰপৰা
(গ) এটাও নহয়
উত্তৰ- (ক) চাৰে পাঁচবজাৰপৰা ।
৬. কোনে কাতকৈ ৰাতি এঘণ্টা বেছি পঢ়ে?
(ক) ৰূপমে অৰুণতকৈ
(খ) অৰুণে ৰূপমতকৈ
(গ) এটাও নহয়
উত্তৰ- (খ) অৰুণে ৰূপমতকৈ ।
৭. খেতিয়কসকলে কেতিয়া খেতি পথাৰলৈ যায়?
(ক) ৰাতিপুৱা
(খ) ৰাতি
(গ) এটাও নহয়
উত্তৰ- (ক) ৰাতিপুৱা ।
৮. বিনিময় শব্দৰ অৰ্থ কি?
(ক) আকৌ কোৱা
(খ) সলনি
(গ) এটাও নহয়
উত্তৰ- (খ) সলনি ।
৯. পৰম্পৰাগত শব্দৰ অৰ্থ কি?
(ক) ডাঙৰ বিপদ
(খ) চলি অহা, ব্য়ৱহাৰ কৰি অহা
(গ) এটাও নহয়
উত্তৰ- (খ) চলি অহা, ব্য়ৱহাৰ কৰি অহা ।
১০. নাটনি শব্দৰ অৰ্থ কি?
(ক) অভাৱ, কম হোৱা অৱস্থা
(খ) সুন্দৰ
(গ) এটাও নহয়
উত্তৰ- (ক) অভাৱ, কম হোৱা অৱস্থা ।
Type by- Bikul Mandal