Chapter- 4
ভোগালী বিহু
১. ভোগালী কবিতাটোৰ কবি কোন?
(ক) নবীন চন্দ্ৰ বৰদলৈ
(খ) শৈলধৰ ৰাজখোৱা
(গ) এটাও নহয়
উত্তৰ- (খ) শৈলধৰ ৰাজখোৱা ।
২. কবিগৰাকীৰ কিমান চনত জন্ম হৈছিল?
(ক) ১৮৯০ চনত
(খ) ১৯৪৭ চনত
(গ) এটাও নহয়
উত্তৰ- (ক) ১৮৯০ চনত ।
৩. কবিগৰাকীৰ ক’ত জন্ম হৈছিল?
(ক) শিৱসাগৰত
(খ) ডিব্ৰুগড়ত
(গ) এটাও নহয়
উত্তৰ- (খ) ডিব্ৰুগড়ত ।
৪. শৈলধৰ ৰাজখোৱাদেৱক কি বুলি কোৱা হয়?
(ক) নিজৰাৰ কবি
(খ) সাহিত্য়ৰথী
(গ) এটাও নহয়
উত্তৰ- (ক) নিজৰাৰ কবি ।
৫. দুনাই শব্দৰ অৰ্থ কি?
(ক) দুঃখিত, পীড়িত
(খ) দ্বিতীয়বাৰ
(গ) এটাও নহয়
উত্তৰ- (খ) দ্বিতীয়বাৰ ।
৬. কাতৰ শব্দৰ অৰ্থ কি?
(ক) কলপটুৱাৰে প্ৰস্তুত কৰা দোণা
(খ) দুঃখিত, পীড়িত
(গ) এটাও নহয়
উত্তৰ- (খ) দুঃখিত, পীড়িত ।
৭. কবিগৰাকীৰ কিমান চনত মৃত্য়ু হৈছিল?
(ক) ১৯৬৮ চনত
(খ) ১৯৭৪ চনত
(গ) এটাও নহয়
উত্তৰ- (ক) ১৯৬৮ চনত ।
৮. অৰ্থ প্ৰকাশ কৰা বৰ্ণ বা বৰ্ণ সমষ্টিক কি বোলে?
(ক) শব্দ
(খ) নাম
(গ) এটাও নহয়
উত্তৰ- (ক) শব্দ ।
৯. ব্য়ঞ্জন বৰ্ণ উচ্চাৰণ কৰোঁতে কি বৰ্ণৰ সহায় ল’ব লাগে?
(ক) ব্য়ঞ্জন বৰ্ণৰ
(খ) স্বৰ বৰ্ণৰ
(গ) এটাও নহয়
উত্তৰ- (খ) স্বৰ বৰ্ণৰ ।
১০. উমলি শব্দৰ অৰ্থ কি?
(ক) কাজিয়া
(খ) ৰং, ধেমালি কৰা
(গ) এটাও নহয়
উত্তৰ- (খ) ৰং, ধেমালি কৰা ।
Type by- Bikul Mandal