বৈসাগুৰ সময়ত কি কি নিয়ম মানি চলা হয় ? Posted on 10/07/202210/07/2022 by Puspa Kakati উত্তৰঃ বৈসাগু চলি থকা সময়ত বড়োসকলে সম্পত্তি কিনাবেচা নকৰে, ভঁৰাল ঘৰত প্ৰবেশ নকৰে আদি নিয়ম মানি চলে । Post Views: 53