নাৰীবাদ
অধ্যায়- ১৫
(ক) বস্তুধৰ্মী প্ৰশ্ন
প্ৰশ্ন ১ঃ নাৰীবাদ বুজোৱা ইংৰাজী শব্দ ‘Feminism’ ৰ উৎস শব্দটো কি ?
উত্তৰঃ
প্ৰশ্ন ২ঃ উদাৰ নাৰীবাদৰ যিকোনো দুগৰাকী সমৰ্থকৰ নাম লিখক।
উত্তৰঃ
প্ৰশ্ন ৩ঃ পাৰিপাৰ্শ্বিক নাৰীবাদৰ যিকোনো দুগৰাকী সমৰ্থকৰ নাম লিখক।
উত্তৰঃ
(খ) চুটি প্ৰশ্ন ( ১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক )
প্ৰশ্ন ১ঃ নাৰীবাদ বুলিলে কি বুজে ?
উত্তৰঃ
প্ৰশ্ন ২ঃ লিংগৰ বিষয়ে এটা চমুটোকা লিখক।
উত্তৰঃ
প্ৰশ্ন ৩ঃ পুৰুষতন্ত্ৰৰ অৰ্থ চমুকৈ ব্যাখ্যা কৰক।
উত্তৰঃ
(গ) ৰচনাধৰ্মী প্ৰশ্ন ( ৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক )
প্ৰশ্ন ১ঃ নাৰীবাদৰ ক্ৰমবিকাশ বৰ্ণনা কৰক।
উত্তৰঃ
প্ৰশ্ন ২ঃ নাৰীবাদৰ প্ৰকাবোৰ আলোচনা কৰক।
উত্তৰঃ
Question Type By- Parina Hazarika