Chapter- 17
অৰণ্যজাত সামগ্ৰী
১. অৰণ্য়ৰ গছ-গছনিবোৰ প্ৰায় উক্ত কেইটা স্তৰত বিস্তৃত হৈ থাকে ?
(ক) তিনিটা
(খ) চাৰিটা
(গ) পাঁচটা
উত্তৰ- (খ) চাৰিটা ।
২. জৰীপ প্ৰক্ৰিয়াটো কিমান চনত আৰম্ভ কৰা হৈছিল ?
(ক) 1992
(খ) 1987
(গ) 1964
উত্তৰ- (খ) 1987 ।
৩. অৰণ্যত গছ-গছনিৰপৰা উৎপাদিত সামগ্ৰীসমূহক সাধাৰণতে কেইভাগত বিভক্ত কৰা হৈছে ?
(ক) দুভাগত
(খ) তিনিভাগত
(গ) চাৰিভাগত
উত্তৰ- (ক) দুভাগত ।
৪. হাঁওফাঁও দুটাই দেহত কি যোগায় ?
(ক) কাৰ্বন ডাইঅক্সািড
(খ) অক্সিজেন
(গ) খাদ্য শৃংখল
উত্তৰ- (খ) অক্সিজেন ।
৫. আমাজান অৰণ্যই পৃথিৱীৰ বায়ুমণ্ডললৈ প্ৰায় কিমান শতাংশ অক্সিজেন যোগান ধৰে ?
(ক) 30 শতাংশ
(খ) 20 শতাংশ
(গ) 50 শতাংশ
উত্তৰ- (খ) 20 শতাংশ ।
৬. পৃথিৱীৰ মুঠ স্থলভূমিৰ কিমান অংশ অৰণ্যৰে আবৰা ?
(ক) (1/2)
(খ) (1/3)
(গ) (1/4)
উত্তৰ- (খ) (1/3) ।
৭. অসমৰ মুঠ মাটিকালি কিমান অংশৰে আবৰা ?
(ক) 55.27%
(খ) 28.57%
(গ) 34.21%
উত্তৰ- (গ) 34.21% ।
৮. ক্ৰান্তীয় বনাঞ্চলৰ ওপৰত থকা কিমান আৰ্দ্ৰতা উদ্ভিদসমূহত প্ৰস্বেদন ফলত হয় ?
(ক) 60-48%
(খ) 50-80%
(গ) 40-75%
উত্তৰ- (খ) 50-80% ।
৯. তলৰ কোনবিধ অৰণ্যত উৎপাদিত সামগ্ৰী নহয় ?
(ক) কাগজ
(খ) চকী
(গ) ৰবৰ
উত্তৰ- (খ) চকী ।
১০. অৰণ্যই অকল মানুহৰহে খাদ্য,বস্ত্ৰ আৰু বাসস্থান যোগান ধৰে ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) অশুদ্ধ ।
১১. অৰণ্যৰ গুল্ম প্ৰতীক উদ্ভিদে আবৰা স্তৰটোক কি বোলে ?
(ক) মুকুট
(খ) মুকুলন
(গ) ত্ৰিভুজ
উত্তৰ- (ক) মুকুট ।
১২. অৰণ্যত বাস কৰা এবিধ —–
(ক) উপভোক্তা
(খ) বিয়োজক
(গ) পৰজীৱী প্ৰাণী
উত্তৰ- (ক) উপভোক্তা ।
১৩. তলৰ কোনবিধ অৰণ্যত উৎপাদিত সামগ্ৰী নহয় ?
(ক) আঠা
(খ) কেৰাচিন তেল
(গ) প্লাইউড
উত্তৰ- (খ) কেৰাচিন তেল ।
১৪. সম্পূর্ণ অৰণ্যৰ ওপৰত নিৰ্ভৰশীল এক সম্প্রদায় হ’ল —-
(ক) উপভোক্তা
(খ) উদ্যোগতা
(গ) গঢ়োতা
উত্তৰ- (ক) উপভোক্তা ।
১৫. জৰীপৰ শেহতীয়া ১৫ সংখ্যক জৰীপটো কিমান চনত কৰা হৈছে ?
(ক) 2017
(খ) 2009
(গ) 2035
উত্তৰ- (ক) 2017 ।
১৬. তলৰ জন্তুবিধৰ নাম কি ?
(ক) গড়
(খ) বাঘ
(গ) হৰিণ
উত্তৰ- (ক) গড় ।
১৭. তলৰ ছবিখনত কি বুজাইছে ?
(ক) খাদ্য শৃংখল
(খ) অক্সিজেন
(গ) জলীয় বাষ্প যোগান
উত্তৰ- (ক) খাদ্য শৃংখল ।
১৮. কিমান চনৰ ভিতৰত গোটেই পৃথিৱীৰ প্ৰায় দুশ নিযুত লোক পানীৰ অভাৱত পৰিব বুলি জনা যায় ?
(ক) 2021
(খ) 2022
(গ) 2023
উত্তৰ- (গ) 2023 ।
১৯. প্ৰকৃতিত প্ৰাণী কেইটা অৱস্থাত পোৱা যায় ?
(ক) দুটা
(খ) তিনিটা
(গ) চাৰিটা
উত্তৰ- (খ) তিনিটা ।
২০. পানীৰ উৎসমূহক বহল অৰ্থত কেইধৰণে ভগাব পাৰি ?
(ক) দুই ধৰণে
(খ) তিনি ধৰণে
(গ) চাৰি ধৰণে
উত্তৰ- (খ) তিনি ধৰণে ।
Type by- Bikul Mandal