অসমৰ মঠ-মন্দিৰ, ঘৰ-দুৱাৰ আৰু ৰাজকাৰেং
Chapter-6
১) স্থাপত্য়- ভাস্কৰ্যসমুহক প্ৰধান কৈ কেইতা ভাগত ভগাব পৰি ?
(ক) ৫ টা
(খ) ৭৮৯০৯টা
(গ) ৫৬৪টা
উত্তৰঃ (ক) ৫ টা।
২) স্থাপত্য় আৰু ভাস্কয্য় সমোহ কি কি ?
(ক) পুথুৰি, মৈদাম, ৰাজকাৰেং,
(খ) তাজমহল
(গ) লালকিল্লা
উত্তৰঃ (ক) পুথুৰি, মৈদাম, ৰাজকাৰেং,।
৩) শোণিতপুৰ ৰজা কোন আছিল ?
(ক) বান ৰজা
(খ) আকবৰ ৰজা
(গ) ভগদত্ত ৰজা
উত্তৰঃ (ক) বান ৰজা।
৪) বান ৰজাই কি কি মঠ-মন্দিৰ সজাইছিল ?
(ক) অগ্নিগড়, মহাভৈৰৱ মন্দিৰ
(খ) শিবদৌল, দেবীদৌল
(গ) কামাখ্য়া মন্দিৰ
উত্তৰঃ (ক) অগ্নিগড়, মহাভৈৰৱ মন্দিৰ।
৫) নীলাচল পাহাৰৰ উত্তৰত এটা কিহৰ মন্দিৰ থকা বুলি ভৱা হৈছে ?
(ক) কামাখ্য়া মন্দিৰ
(খ) দুৰগা দেবীৰ মন্দিৰ
(গ) গুহা মন্দিৰ
উত্তৰঃ (গ) গুহা মন্দিৰ।
৬) তেজপুৰত থকা ‘দ-পৰ্বতীয়াৰ শিলৰ তোৰণ’ কি শৈলিৰ এক উদাহৰণ ?
(ক) গুপ্তশৈলী
(খ) স্থাপত্য় শৈলী
(গ) ভাস্কৰ্য্য় শৈলী
উত্তৰঃ (ক) গুপ্তশৈলী।
৭) কামাখ্য়া মন্দিৰ কোচ ৰজাৰ লগতে কাৰ মূৰ্তি দেখা যায় ?
(ক) লাচিত
(খ) চক্ৰধজ সিংহ
(গ) চিলাৰায়ৰ
উত্তৰঃ (গ) চিলাৰায়ৰ
৮) কামাখ্য়া মন্দিৰৰ পুনৰ নিৰ্মাণৰ দায়্ত্ব কাৰ ওপৰত পৰিছিল ?
(ক) মেঘমুকদুমৰ ওপৰত
(খ) ভাস্কৰ ওপৰত
(গ) ৰিতুমনিৰ ওপৰত
উত্তৰঃ (ক) মেঘমুকদুমৰ ওপৰত।
৯) কাৰ নেতৃত্বত বৰ্তমানৰ নীলাচল পাহাৰত থকা কামাখ্য়া মন্দিৰ পুননিৰ্মাণ হয় ?
(ক) ৰজা ৰঘুনাথৰ
(খ) ৰজা ৰঘুদেবৰ
(গ) ৰজা চুকাফাৰ
উত্তৰঃ (খ) ৰজা ৰঘুদেবৰ।
১০) ৰজা ৰঘুদেবে কাৰ নেতৃত্বত হয়গ্ৰিব মাধৱ মন্দিৰ পুনৰ নিৰ্মাণ কৰে ?
(ক) শ্ৰীধৰৰ লগত
(খ) নৰনাৰায়নৰ লগত
(গ) লাচিতৰ লগত
উত্তৰঃ (ক) শ্ৰীধৰৰ লগত।
১১) শ্ৰীধৰ কোন আছিল ?
(ক) ৰজা
(খ) বিষয়া
(গ) গুৰু
উত্তৰঃ (খ) বিষয়া।
১২) ৰঘুদেৱৰ কথা কি লিপিৰে লিখা আছে ?
(ক) তাৰ্ম লিপিৰে
(খ) শিলালিপিৰে
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) শিলালিপিৰে।
১৩) নীলাচল পাহাৰৰ পশ্চিমত কি নদি আছে ?
(ক) বৰাক নদি
(খ) ব্ৰহ্মপুত্ৰ নদি
(গ) কাবেৰি নদি
উত্তৰঃ (খ) ব্ৰহ্মপুত্ৰ নদি।
১৪) স্বৰ্গদেউ চুচেনফাৰ ৰাজত্বকালত জামুগুৰিত কি মন্দিৰ নিৰ্মাণ কৰাইছিল ?
(ক) শংকৰ মন্দিৰ
(খ) নাগশংকৰ মন্দিৰ
(গ) ৰঘুপতিৰ মন্দিৰ
উত্তৰঃ (খ) নাগশংকৰ মন্দিৰ।
১৫)স্বৰ্গদেউ চুচেনফাই কিমান বছৰ ৰাজত্ব কৰিছিল ?
(ক) ৪৮ বছৰ
(খ) ৪৯ বছৰ
(গ) ৫০ বছৰ
উত্তৰঃ (খ) ৪৯ বছৰ।
১৬) স্বৰ্গদেউ চুচেনফাই কিমান চনৰ পৰা কিমান চনৰলৈ ৰাজত্ব কৰিছিল ?
(ক) ১৪৩৯ ৰ পৰা ১৪৮৭ লৈ
(খ) ১৪৩৯ ৰ পৰা ১৪৮৮ লৈ
(গ) ১৪৩৯ ৰ পৰা ১৪৮৯ লৈ
উত্তৰঃ ১৪৩৯ ৰ পৰা ১৪৮৮ লৈ।
১৭) শংকৰ দেৱৰ আগৰ সময়ছোৱাত আহোম সকল প্ৰধানত কাৰ উপাসক আছিল ?
(ক) বিষ্ণুৰ উপাসক
(খ) শৈৱৰ উপাসক(শৈৱ মানে শিৱ)
(গ) আল্লাৰ উপাসক
উত্তৰঃ (খ) শৈৱৰ উপাসক(শৈৱ মানে শিৱ)।
১৮) আহোমৰ ভাষাত শিৱক কি বোলা হৈছিল ?
(ক) লালুক
(খ) লাংকুৰি
(গ) ভলা
উত্তৰঃ (খ) লাংকুৰি।
১৯) জয়দৌলৰ আন এটা নাম কি ?
(ক) শ্ৰীবিষ্ণুৰায় কেশৱদৌল
(খ) শ্ৰীকেশৱৰাৈয় বিষ্ণুদৌল
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (খ) শ্ৰীকেশৱৰাৈয় বিষ্ণুদৌল।
২০) শিৱদৌল কোনে আৰু কাৰ নিৰ্দেশত নিৰ্মান কৰিছিল ?
(ক) ৰাণী অম্বিকাই শিৱ সিংহৰ ৰ্নিদেশত
(খ) শিৱ সিংহয় ৰাণী অম্ৱিকাৰ নিৰ্দেশত
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) ৰাণী অম্বিকাই শিৱ সিংহৰ ৰ্নিদেশত।
Type By- Subhas Nath