Chapter- 15
জলবায়ু আৰু প্ৰাণীৰ অভিযোজন
১। মেৰু অঞ্চলৰ জীৱৰ নাম ?
(ক) বাঘ
(খ) বগা ভালুক
(গ) সিংহ
উত্তৰ- (খ) বগা ভালুক ।
২। বগা ঘ্ৰাণশক্তি অতি কম ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) অশুদ্ধ ।
৩। ভাৰতৰ্ষৰ ক্ৰান্তীয় বৰ্ষাৰণ্য আন এবিধ বিখ্যাত জন্তু হৈছে ?
(খ) সিংহ
(খ) বাঘ
(গ) চিম্পাঞ্জী
উত্তৰ- (খ) বাঘ ।
৪। দক্ষিণ মেৰু অঞ্চলত কি চৰাই বাস কৰে ?
(ক) অষ্ট্ৰিক চৰাই
(খ) পেংগুইন চৰাই
(গ) পৰিভ্ৰমী চৰাই
উত্তৰ- (খ) পেংগুইন চৰাই ।
৫। শ্বিলঙৰ কিছু দূৰত কি নামৰ ঠাইখন অৱস্থিত ?
(ক) কাশ্মীৰ
(খ) ডেৰাডুন
(গ) চেৰাপুঞ্জী
উত্তৰ- (গ) চেৰাপুঞ্জী ।
৬। ক্ৰান্তীয় বৰ্ষাৰণ্যত জীৱ-জন্তু বেছিকৈ
(ক) থাকে
(খ) নাথাকে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) থাকে ।
৭। মেৰু অঞ্চলৰ প্ৰধান জীৱ দুবিধৰ নাম ?
(ক) বাঘ আৰু হৰিণা
(খ) পেংশগুইন আৰু বগা ভালুক
(গ) অষ্ট্ৰিক আৰু পৰিভ্ৰমী
উত্তৰ- (খ) পেংশগুইন আৰু বগা ভালুক ।
৮। পৃথিৱীৰ বিভিন্ন অঞ্চলত জলবায়ু ভিন ভিন নহয় ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) অশুদ্ধ ।
৯। ৰ’দ দি থাকিলে কি বতৰ বুলি কওঁ ?
(ক) গৰমৰ বতৰ
(খ) ঠাণ্ডা বতৰ
(গ) ফৰকাল বতৰ
উত্তৰ- (গ) ফৰকাল বতৰ ।
১০। কোনো ঠাইৰ কিমান বছৰ ধৰি উপাদানবোৰৰ গণনা কৰি পোৱা সাধাৰণ ফলকেই জলবায়ু বুলি কোৱা হয় ?
(ক) ৪০ বছৰ
(খ) ৩১ বছৰ
(গ) ৬১ বছৰ
উত্তৰ- (খ) ৩১ বছৰ ।
১১। বায়ুৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিটোৰ নাম কি ?
(ক) ৰেইন গজ
(খ) বেৰ’মিটাৰ
(গ) এনেম’মিটাৰ
উত্তৰ- (খ) বেৰ’মিটাৰ ।
১২. মৰু অঞ্চলৰ জলবায়ু —-
(ক) গৰম আৰু শুকান
(খ) গৰম আৰু সেমেকা
(গ) ঠাণ্ডা আৰু শুকান
উত্তৰ- (ক) গৰম আৰু শুকান ।
১৩. ভাৰতৰ ক্ৰান্তীয় বৰ্ষাৰণ্য থকা ঠাই হ’ল —–
(ক) উত্তৰ-পূব ভাৰত
(খ) মধ্যপ্ৰদেশ
(গ) ঝাড়খণ্ড
উত্তৰ- (ক) উত্তৰ-পূব ভাৰত ।
১৪. পেংগুইন চৰাই ক’ত বাস কৰে ?
(ক) মেৰু অঞ্চলত
(খ) বিষুৱীয় অঞ্চলত
(গ) ক্ৰান্তীয় অঞ্চলত
উত্তৰ- (ক) মেৰু অঞ্চলত ।
১৫. বতৰ পৰিৱৰ্তনৰ প্ৰধান কাৰক হ’ল ——
(ক) সূৰ্য
(খ) বেলি
(গ) চন্দ্ৰ
উত্তৰ- (ক) সূৰ্য ।
১৬.তলৰ ছবিখনৰ নাম কি ?
(ক) কুকুৰ
(খ) ভালুক
(গ) পেংগুইন
উত্তৰ- (খ) ভালুক ।
১৭. তলৰ চৰাই জনীৰ নাম কি ?
(ক) উট চৰাই
(খ) পৰিভ্ৰমী চৰাই
(গ) পেংগুইন চৰাই
উত্তৰ- (ক) উট চৰাই ।
১৮. বতৰ সঘনাই সলনি হৈ থাকে ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) শুদ্ধ ।
১৯. বতৰৰ বতৰা কোন বিভাগে প্ৰস্তুত কৰে ?
(ক) বতৰ বিজ্ঞান
(খ) জল বিজ্ঞান
(গ) বিদ্যুৎ বিজ্ঞান
উত্তৰ- (ক) বতৰ বিজ্ঞান ।
২০. মেৰু অঞ্চলৰ সূৰ্যৰ ৰশ্মি কেনেকৈ পৰে ?
(ক) হেলনীয়াকৈ
(খ) পোনপটীয়াকৈ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) হেলনীয়াকৈ ।
Type by- Bikul Mandal