শিক্ষা আৰু অৰ্থনৈতিক বিকাশ
অধ্যায় ২
(ক) চুটি প্রশ্নঃ (১৫০ টা শব্দৰ ভিতৰত লিখক)
প্রশ্ন ১ : অর্থনৈতিক বিকাশ বুলিলে কি বুজে ?
উত্তৰঃ
প্রশ্ন ২ : শিক্ষা বিকাশৰ উন্নতিকৰণৰ ফলাফল আপুনি কি দৰে নিৰ্ধাৰণ কৰিব ?
উত্তৰঃ
প্রশ্ন ৩ : সাধাৰণ সাক্ষৰতা হাৰ মানে কি ?
উত্তৰঃ
প্রশ্ন ৪ : মানব সম্পদ গঠন মানে কি বুজে?
উত্তৰঃ
প্রশ্ন ৫ : মানব শক্তি পৰিকল্পনাৰ অৰ্থৰ বিষয়ে বৰ্ণনা কৰক।
উত্তৰঃ
প্রশ্ন ৬ : শিক্ষাৰ ব্যয় মানে কি?
উত্তৰঃ
প্রশ্ন ৭ : শিক্ষাৰ লাভ লাভ বুলিলে কি বুজে ?
উত্তৰঃ
(খ) ৰচনাধর্মী প্রশ্ন ঃ (৩০০-৫০০ টা শব্দৰ ভিতৰত লিখক)
প্রশ্ন ১ : শিক্ষাৰ বিকাশ আৰু অৰ্থনৈতিক বিকাশৰ মাজত সম্পৰ্কৰ বিষয়ে আপুনি কিদৰে বাখ্যা কৰিব? উদাহৰণ সহ বুজাই লিখক।
উত্তৰঃ
প্রশ্ন ২ : মানব সম্পদ গঠনত শিক্ষাৰ ভূমিকাৰ বিষয়ে আলোচনা কৰক।
উত্তৰঃ
প্রশ্ন ৩ : মানব শক্তিৰ পৰিকল্পনা মানে কি বুজে? মানব শক্তি পৰিকল্পনাৰ ক্ষেত্ৰত শিক্ষাৰ ভূমিকা সম্পর্কে আলোচনা কৰক।
উত্তৰঃ
Question Type By – Parina Hazarika