বহুভুজ আৰু আয়তচিত্ৰৰ লেখ চিত্ৰ উপস্থাপন
অধ্য়ায়-১১
প্ৰশ্ন ১ : উপযুক্ত ব্য়ৱধান লৈ তলত দিয়া ২৫টা ৰাশিৰ বাৰংবাৰতা বিতৰণ তালিকা প্ৰস্তুত কৰক?
64, | 69, | 84, | 67, | 61, | 72, | 72, | 63 | |
71, | 83, | 70, | 76, | 76, | 82, | 67, | 73 | |
86, | 65, | 68, | 81, | 72, | 67, | 77, | 75, | 72 |
উত্তৰঃ
প্ৰশ্ন ২ : 50 জনীয়া ছাত্ৰ-ছাত্ৰীৰ দল এটাৰ সম্পাদন তালিকাৰ ৰাশি সমূহতলত দিয়া হৈছে-
34 | 78 | 27 | 65 | 88 | 82 |
42 | 70 | 42 | 66 | 56 | 44 |
73 | 56 | 43 | 69 | 59 | 46 |
86 | 52 | 39 | 70 | 57 | 79 |
79 | 65 | 52 | 46 | 44 | 72 |
এখন 4 অন্তৰাললৈ বাৰংবাৰতা বিতৰণ তালিকা প্ৰস্তুত কৰা আৰু তাৰ পৰা সঞ্চয়ী বাৰংবাৰতা তালিকা এখনো প্ৰস্তুত কৰক।
উত্তৰঃ
প্ৰশ্ন ৩ : তলত দিয়া তথ্য়ৰ পৰা বাৰংবাৰতা বহুভূজ আৰু আয়তচিত্ৰ অংকণ কৰক-
10-12 = 1 |
13-15 = 2 |
16-18 = 3 |
19-21 = 7 |
22-24 = 7 |
25-27 = 12 |
28-30 = 10 |
31-33 = 6 |
34-36 = 4 |
37-39 = 2 |
N = 54 |
উত্তৰঃ
প্রশ্ন ৪ : ৩নং প্রশ্নত দিয়া তলিকাখনৰ পৰা এডাল মূসন বক্ৰৰেখা অংকণ কৰক ।
উত্তৰঃ
প্রশ্ন ৫ : পৰিসংখ্যা বিজ্ঞানৰ অৰ্থ কি?
উত্তৰঃ
প্রশ্ন ৬ : শিক্ষাত পৰিসংখ্যা বিজ্ঞান কিয় দৰকাৰী ?
উত্তৰঃ
প্রশ্ন ৭ : তথ্য বা সামগ্ৰীৰ অৰ্থ লিখক?
উত্তৰঃ
প্রশ্ন ৮ : বাৰংবাৰ্তা বিতৰণ তালিকা প্রস্তুত কৰোতে কি কি পৰ্য্যায় অনুসৰণ কৰিব লাগে ?
উত্তৰঃ
প্রশ্ন ৯ : আয়ত চিত্ৰ আৰু বাৰংবাৰ্তা বহুভূজৰ মাজত মূল পার্থক্য কি কি ?
উত্তৰঃ
প্রশ্ন ১০ : সঞ্চয়ী বাৰংবাৰ্তা বুলিলে কি বুজে বৰ্ণনা কৰক ৷
উত্তৰঃ
Type By- Bikash Bora