শিক্ষা আৰু পৰিসংখ্য়া বিজ্ঞান
অধ্য়ায়-১০
ক) চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : পৰিসংখ্যা বিজ্ঞান মানে কি? ইয়াৰ বিভিন্ন কাৰ্যাৱলীসমূহ কি কি?
উত্তৰঃ
প্রশ্ন ২ : বর্ণনামূলক পৰিসংখ্যা বিজ্ঞান আৰু অনুমানজনিত পৰিসংখ্যাৰ অৰ্থ বৰ্ণনা কৰক ?
উত্তৰঃ
প্রশ্ন ৩ : ৰেখাচৈত্ৰিক উপস্থাপনৰ গুৰুত্বসমূহ কি কি ?
উত্তৰঃ
প্রশ্ন ৪ : সমুহিত আৰু অসমুহিত ৰাশিসমূহ লেখ চিত্ৰত কেনেকৈ উপস্থাপন কৰিব।
প্রশ্ন ৫ : পার্থক্য নিৰ্ণয় কৰক—
(ক) বিচ্ছিন্ন আৰু অবিচ্ছিন্ন চলক
উত্তৰঃ
(খ) প্ৰাথমিক আৰু দ্বিতীয় পৰ্য্যায়ৰ তথ্য।
উত্তৰঃ
খ) ৰচনা ধৰ্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : এখন ভাল তালিকাৰ প্ৰয়োজনীয় উপাদানবোৰ কি কি?
উত্তৰঃ
প্রশ্ন ২ : তিনিটা শ্ৰেণীৰ অন্তৰাল লৈ তলত দিয়া 30টা ৰাশিৰ বাৰংবাৰ্তা তালিকা এখন প্রস্তুত কৰক-
68, 70, 75, 73, 70, 80, 77, 77, 64, 85,
72, 67, 82, 76, 76, 70, 83, 71, 63, 72,
61, 71, 67, 84, 69, 64, 78, 82, 72, 75
উত্তৰঃ
প্রশ্ন ৩ : তলত A আৰু B নামৰ College দুখনৰ ২০০৫-২০০৮ চনৰ ভিতৰত বিভিন্ন বিভাগত পৰিৱৰ্তন হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দিয়া হৈছে। দণ্ড চিত্ৰ সহায়েৰে উপস্থাপন কৰক।
বিভাগ | কলেজ-A | কলেজ-B |
2005-2008 | 2005-2008 | |
কলাবিজ্ঞানবাণিজ্য়আইন | 100-150160-500100-450100-300 | 130-150150-200130-150100-120 |
উত্তৰঃপ্রশ্ন ৪ : তলৰ তথ্যখিনি পাই চিত্ৰৰে অংকিত কৰক।
খুচুৰা বস্তুত মাহেকীয়া খৰছ | 3,800 |
ষ্টেচনাৰী বস্তুত মাহেকীয়া খৰছ | 1,200 |
ঘৰ ভাড়া, লাইটৰ বিল ইত্যাদিত | 10,000 |
অন্যান্য | 5,000 |
মুঠ | 20,000 |
উত্তৰঃ
Type By- Bikash Bora