১। মাটিক কেইধৰণৰ বিভক্ত কৰা হৈছে ?
(ক) দুই ধৰণে
(খ) তিনি ধৰণে
(গ) চাৰি ধৰণে.
উত্তৰ- (খ) তিনি ধৰণে ।
২। বালি মাটি কিমান % তকৈ বালি কণা থাকে ?
(ক) ৯০%
(খ) ৬০%
(গ) ২০%
উত্তৰ- (খ) ৬০% ।
৩। মাটিয়ে হিউমাছ আৰু পানী ধৰি ৰাখিব ?
(ক) পাৰে
(খ) নোৱাৰে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) নোৱাৰে ।
৪। মাটিত সাধাৰণতে কিমান %খনিজ পদাৰ্থ থাকে ?
(ক) ৫৫%
(খ) ৪৫%
(গ) ৩৫%
উত্তৰ- (খ) ৪৫% ।
৫। মানুহৰ প্ৰধান খাদ্য হ’ল ?
(ক) বুট
(খ) ভাত
(গ) ৰুটী
উত্তৰ- (খ) ভাত ।
৬। বালি মাটি অন্ত:স্ৰৱন ক্ষমতা ?
(ক) কম
(খ) বেছি
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) বেছি ।
৭। আলতীয়া মাটি প্ৰধানকৈ কি কণাৰে গঠিত ?
(ক) পানীৰে
(খ) বোকাৰে
(গ) মাটিৰে
উত্তৰ- (খ) বোকাৰে ।
৮। বোকা মাটিৰ কণাবোৰ আটাইতকৈ ?
(ক) ডাঙৰ
(খ) সৰু
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) সৰু ।
৯। সৰা ডাল,পাতবোৰ পচি যায় বাবে স্তৰটো কি বৰণৰ হয় ?
(ক) হালধীয়া
(খ) ক’লা
(গ) ৰঙা
উত্তৰ- (খ) ক’লা ।
১০। হিউমাছৰ উৎকৃষ্ট মিশ্ৰই হ’
(ক) বোকা মাটি
(খ) লোম মাটি
(গ) বালি মাটি
উত্তৰ- (খ) লোম মাটি ।
১১। বালি মাটিৰ অন্তঃস্ৰৱন ক্ষমতা কম ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) অশুদ্ধ ।
১২। ১৫ মিলিলিটাৰ পানীৰ ভৰ কিমান গ্ৰাম বুলি ধৰিব পাৰা ?
(ক) ১৫
(খ) ৩০%
(গ) ৬০
উত্তৰ- (ক) ১৫ ।
১৩। ১০০ গ্ৰাম লোম মাটিয়ে প্ৰায় কিমান গ্ৰাম পানী শোষণ কৰিব ?
(ক) ৩৪ গ্ৰাম
(খ) ৩৮ গ্ৰাম
(গ) ৩৫ গ্ৰাম
উত্তৰ- (খ) ৩৮ গ্ৰাম ।
১৪। অন্তস্ৰৱন আটাইতকৈ বেছি হয় ——
(ক) বালি মাটি
(খ) বোকা মাটি
(গ) লোম মাটি
উত্তৰ- (ক) বালি মাটি ।
১৫। আধাৰ শিল বুলি কোৱা স্তৰটো হ’ল ——-
(ক) A-স্তৰ
(খ) S-স্তৰ
(গ) R-স্তৰ
উত্তৰ- (গ) R-স্তৰ ।
১৬। মাহজাতীয় শস্যৰ বাবে _________ মাটি উপযুক্ত ?
(ক) লোম
(খ) বালি
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) লোম ।
১৭। বালি, পলস, বোকা, আৰু হিউমাছৰ উৎকৃষ্ট মিশ্ৰই হ’ল কি মাটি ?
(ক) লোম
(খ) পলসুৱা
(গ) বালিয়া
উত্তৰ- (ক) লোম ।
১৮। তলৰ ছৱিখনৰ কি মাটিত পানীৰ অৱস্থান আছে ?
(ক) লোম মাটি
(খ) বালি মাটি
(গ) বোকা বাটি
উত্তৰ- (গ) বোকা বাটি ।
১৯। তলৰ ছৱিখনত মানুহজনে কি কৰি আছে ?
(ক) বিছি আছে
(খ) শুই আছে
(গ) নাটি আছে
উত্তৰ- (ক) বিছি আছে ।
২০. A- স্তৰৰ তলতে কি স্তৰ ?
(ক) B-স্তৰ
(খ) E-স্তৰ
(গ) R-স্তৰ
উত্তৰ- (খ) E-স্তৰ ।
Type by- Bikul Mandal