Chapter- 7
তাপ আৰু উষ্ণতা
১। ডাক্তৰে জ্বৰ উঠিছে বুলি জানিবলৈ কি সঁজুলি ব্যৱহাৰ কৰে ?
(ক) থাৰ্ম’মিটাৰ
(খ) তাপৰ স্থানান্তৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) থাৰ্ম’মিটাৰ ।
২। আমাৰ দেহৰ সাধাৰণ উষ্ণতা হ’ল ?
(ক) 28 ডিগ্ৰী ছেলছিয়াছ
(খ) 47 ডিগ্ৰী ছেলছিয়াজ
(গ) 37 ডিগ্ৰী ছেলছিয়াজ
উত্তৰ- (গ) 37 ডিগ্ৰী ছেলছিয়াজ ।
৩। শীতল বুলিলে কি বুজায় ?
(ক) গৰম
(খ) ঠাণ্ডা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) ঠাণ্ডা ।
৪। থাৰ্ম’মিটাৰত সাধাৰণতে ব্যৱহাৰ কৰা জুলীয়া পদাৰ্থবিধ হ’ল ?
(ক) স্থানান্তৰ
(খ) মাৰ্কিউৰি
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) মাৰ্কিউৰি ।
৫। উত্তৰ মেৰু অঞ্চলৰ মানুহে কিহেৰে ঘৰ সাজে ?
(ক) বৰফৰে
(খ) টিঙেৰে
(গ) বাঁহেৰে
উত্তৰ- (ক) বৰফৰে ।
৬। লাইকেন আচলতে কেইবিধ জীৱৰ সমষ্টি ?
(ক) তিনিবিধ
(খ) দুবিধ
(গ) পাঁচবিধ
উত্তৰ- (খ) দুবিধ ।
৭। ক্ষাৰকৰ সোৱাদ ?
(ক) তিতা
(খ) টেঙা
(গ) মিঠা
উত্তৰ- (ক) তিতা ।
৮। মানুহৰ প্ৰধান খাদ্য কি ?
(ক) নেমু
(খ) ভাত
(গ) ৰুটি
উত্তৰ- (খ) ভাত ।
৯। লিটমাছ কেইটা ৰঙৰ কাগজ পোৱা যায় ?
(ক) দুটা
(খ) তিনিটা
(ঘ) চাৰিটা
উত্তৰ- (ক) দুটা ।
১০। হালধী এবিধ ?
(ক) ক্ষাৰক
(খ) সূচক
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) সূচক ।
১১। উতলা পানীক কি বুলি কোৱা হয় ?
(ক) গৰম
(খ) শীতল
(গ) উষ্ণ
উত্তৰ- (ক) গৰম ।
১২। কুহুমীয়া গৰমপানীক আৰু কি বুলি কয় ?
(ক) ঈষৎ
(খ) উষ্ণ
(গ) শীতল
উত্তৰ- (ক) ঈষৎ ।
১৩। ধাতুৰ মাজেৰে কিহৰ স্থানান্তৰ ঘটে ?
(ক) তাপৰ
(খ) পদাৰ্থৰ
(গ) বৰফৰ
উত্তৰ- (ক) তাপৰ ।
১৪। পৰীক্ষাগাৰত কি ব্যৱহৃত হয় ?
(ক) থাৰ্ম’মিটাৰ
(খ) এনিম’মিটাৰ
(গ) উষ্ণতাক স্কেল
উত্তৰ- (ক) থাৰ্ম’মিটাৰ ।
১৫. ষ্টিলৰ গিলাছ আৰু কেৰাহী কিহেৰে নিৰ্মিত ?
(ক) লোহাৰে
(খ) কাঠেৰে
(গ) ধাতুৰে
উত্তৰ- (গ) ধাতুৰে ।
১৬. উষ্ণতা কেইধৰণে প্ৰকশ কৰা হয় ?
(ক) দুই
(খ) তিনি
(গ) চাৰি
উত্তৰ- (ক) দুই ।
১৭. ধাতুৰ মাজেৰে তাপৰ স্থানান্তৰ ঘটে। এই স্থানান্তৰণ প্ৰক্ৰিয়াটো হ’ল ?
(ক) পৰিবহণ
(খ) পৰিচলন
(গ) বিকিৰণ
উত্তৰ- (ক) পৰিবহণ ।
১৮. তাপৰ স্থানান্তৰ কেইধৰণৰ হ’ব পাৰে ?
(ক) দুই ধৰণৰ
(খ) তিনি ধৰণৰ
(গ) ছয় ধৰণৰ
উত্তৰ- (খ) তিনি ধৰণৰ ।
১৯. কোনুটো প্ৰক্ৰিয়াৰে তাপৰ স্থানান্তৰ ঘটোঁতে পদাৰ্থৰ প্ৰয়োজন নহয় ?
(ক) বিকিৰণ
(খ) তাপ
(গ) পৰিবহণ
উত্তৰ- (ক) বিকিৰণ ।
২০. আমাৰ দেহৰ উষ্ণতা ছেলছিয়াজস্কেলত কিমান হ’ব ?
(ক) 37°
(খ) 44°
(গ) 30°
উত্তৰ- (ক) 37° ।
Type by- Bikul Mandal