দূৰৱৰ্ত্তী শিক্ষাৰ অধ্য়য়নৰ কৌশলসমূহ
অধ্যায়- ৪
(ক) চুটি প্রশ্ন ( ১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক )
প্রশ্ন ১ : দূৰৱৰ্ত্তী শিকনৰ ক্ষেত্ৰত অধ্যয়ন কৌশলৰ গুৰুত্ব সম্পৰ্কে লিখক।
উত্তৰঃ
প্রশ্ন ২ : দূৰৱৰ্ত্তী শিক্ষাৰ শিক্ষাৰ্থীসকলৰ বাবে পাঠ্যবিষয় দাঙি ধৰা কিয় প্ৰয়োজনীয় ?
উত্তৰঃ
প্রশ্ন ৩ : সময় পৰিচালনা কৌশল কাক বোলে ?
উত্তৰঃ
প্রশ্ন ৪ : ফলপ্রসু লিখন কেনেদৰে সম্ভৱ? চমুকৈ লিখক।
উত্তৰঃ
(খ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : ‘ফলপ্ৰসু শিকনৰ বাবে ফলপ্ৰসু শ্ৰৱণ প্রয়োজনীয়।’ ব্যাখ্যা কৰক ।
উত্তৰঃ
প্রশ্ন ২ : SQW5R পদ্ধতিৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব সম্পর্কে ব্যাখ্যা কৰক।
উত্তৰঃ
প্রশ্ন ৩ঃ কেনেকৈ আপুনি আপোনাৰ যোগাযোগৰ কৌশলৰ বিকাশ কৰিব? ব্যাখ্যা কৰক।
উত্তৰঃ
প্রশ্ন ৪ : দূৰৱৰ্ত্তী শিক্ষাৰ পাঠ্যক্ৰমে শিক্ষাৰ্থীক স্ব-শিকন কৌশল বিকাশৰ ক্ষেত্ৰত সহায় কৰে ৷ স্ব-শিকন পাঠ্যক্রমে শিক্ষাৰ্থীৰ অধ্যয়নত কেনেদৰে সহায় কৰে?
উত্তৰঃ
প্রশ্ন ৫ : ফলপ্ৰসু শিক্ষণ-শিকনৰ কৌশলৰ বিভিন্ন দিশবোৰৰ বিষয়ে আলোচনা কৰক।
উত্তৰঃ
Question Type By- Parina Hazarika