Chapter- 6
আমাৰ কাপোৰ
১. লেটাক আবৰি ৰখা সৰু মোনাখনেই হ’ল ?
(ক) পলু
(খ) লেটাগুটি
(গ) পখিলা
উত্তৰ- (খ) লেটাগুটি ।
২. কেইবিধ আঁহৰ ক্ষেত্ৰত ছ’ডাৰ প্ৰয়োগ হয় ?
(ক) তিনিওবিধ
(খ) চাৰিওবিধ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) তিনিওবিধ ।
৩. শুৱালকুছি কিহৰ বাবে বিখ্যাত ?
(ক) ঊণৰ বাবে
(খ) পাট-মুগা বাবে
(গ) আঁহৰ বাবে
উত্তৰ- (খ) পাট-মুগা বাবে ।
৪. জন্তুৰ নোমৰ পৰা ঊণ সূতা প্ৰস্তুত কৰা ?
(ক) হয়
(খ) নহয়
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) হয় ।
৫. কোমল আহবোৰক কি বোলা হয়?
(ক) ঊণ
(খ) বাৰ
(গ) আঁহ
উত্তৰ- (খ) বাৰ ।
৬. ঊণ সূতাৰ লগত জড়িত ৰোগবিধৰ নাম হ’ল ?
(ক) এনথ্ৰাক্স
(খ) মেলেৰিয়া
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) এনথ্ৰাক্স ।
৭. পাট,মুগা,আৰু এড়ী আঁহ ক’ৰ পৰা আহৰণ কৰা হ’য় ?
(ক) সূতাৰ পৰা
(খ) লেটাৰ পৰা
(গ) ঊণৰ পৰা
উত্তৰ- (খ) লেটাৰ পৰা ।
৮. মথৰ পাখিত ক্ষুদ্ৰ ক্ষুদ্ৰ বাকলি ?
(ক) নাথাকে
(খ) থাকে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) থাকে ।
৯. পিছে বজাৰৰ প্ৰায়ভাগ ছুৱেটাৰ কিহেৰে বনোৱা ?
(ক) হাতেৰে
(খ) মেচিনেৰে
(গ) সূতাৰে
উত্তৰ- (খ) মেচিনেৰে ।
১০. ভেড়া, ছাগলী শহাপহু আদিৰ নোমৰ পৰা কি পোৱা যায় ?
(ক) আঁহ
(খ) ঊণ সূতা(খ)
(গ) মুণ্ডন
উত্তৰ- (খ) ঊণ সূতা ।
১১. তলৰ উদ্ভিদৰ ভিতৰত কোনটো আহঁজাতীয় উদ্ভিদ ?
(ক) কপাহ
(খ) তামোল
(গ) সৰিয়হ
উত্তৰ- (ক) কপাহ ।
১২. কাপোৰে আমাক কিহৰ পৰা ৰক্ষা কৰে ?
(ক) খাদ্যৰ পৰা
(খ) ঠাণ্ডাৰ পৰা
(গ) ওপৰৰ এটও নহয়
উত্তৰ- (খ) ঠাণ্ডাৰ পৰা ।
১৩. লেটাক আবৰি ৰখা সৰু মোনাখনৰ নাম কি ?
(ক) লেটাগুটি
(খ) পলু
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (ক) লেটাগুটি ।
১৪. কোমল আঁহবোৰক কি বোলা হয় ?
(ক) বাৰ
(খ) ঊণ
(গ) মুণ্ডন
উত্তৰ- (ক) বাৰ ।
১৫. এন্থ্ৰাস্ক এবিধ কিহৰ নাম ?
(ক) ৰোগৰ
(খ) খাদ্যৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) ৰোগৰ ।
১৬. কেইবিধ আঁহ লেটাৰপৰা আহৰণ কৰা হয় ?
(ক) দুবিধ
(খ) তিনিবিধ
(গ) চাৰিবিধ
উত্তৰ- (খ) তিনিবিধ ।
১৭. পাক খাই থকা আহঁবোৰ কি কৰিব ল’ব লাগে ?
(ক) পোনাই
(খ) ঘূৰাই
(গ) উতলাই
উত্তৰ- (ক) পোনাই ।
১৮. ঊণ আঁহ আহৰণ কৰা পদ্ধতিক কেইটা পৰ্যায়ত ভগাব পাৰি ?
(ক) দুটা
(খ) চাৰিটা
(গ) ছয়টা
উত্তৰ- (খ) চাৰিটা ।
১৯. উট জন্তুবিধক ইংৰাজীত কি বোলা হয় ?
(ক) Camel
(খ) Sheep
(গ) Spining
উত্তৰ- (ক) Camel ।
২০. আঁহবোৰ কিহৰ নোম ?
(ক) কপাহৰ
(খ) জন্তুৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) জন্তুৰ ।
Type by- Bikul Mandal