১. উদ্ভিদৰ প্ৰজনন কেই প্ৰকাৰৰ ?
(ক) দুই
(খ) ছয়
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) দুই ।
২. গুটি বা বীজৰ জৰিয়তে হোৱা প্ৰজনন হ’ল ?
(ক) অযৌন প্ৰজনন
(খ) যৌন প্ৰজনন
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) যৌন প্ৰজনন ।
৩. ফুল হৈছে উদ্ভিদৰ প্ৰধান কিহৰ অংগ ?
(ক) প্ৰজননৰ
(খ) পাতৰ
(গ) যৌনৰ
উত্তৰ- (ক) প্ৰজননৰ ।
৪. ফুলৰ প্ৰধান চক্ৰ কেইটা ?
(ক) তিনিটা
(খ) চাৰিটা
(গ) পাঁচটা
উত্তৰ- (খ) চাৰিটা ।
৫. গৰ্ভপত্ৰৰ ওপৰৰ অংশটো কি ?
(ক) গৰ্ভকেশৰ
(খ) গৰ্ভমুণ্ড
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) গৰ্ভমুণ্ড ।
৬. জলকীয়া,বিলাহী আদিৰ গৰ্ভপ্ৰকোষ্ঠ কেইটা ?
(ক) চাৰিটা
(খ) তিনিটা
(গ) দুটা
উত্তৰ- (গ) দুটা ।
৭. পুংকোশৰত থকা পুংণ্ডই পৰাগধানী বহন ?
(ক) কৰে
(খ) নকৰে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) কৰে ।
৮. জলকীয়া আৰু বিলাহীত ভালেসংখ্যক কি থাকে ?
(ক) উদ্ভিদ
(খ) পুংকেশৰ
(গ) ডিম্বক
উত্তৰ- (গ) ডিম্বক ।
৯. প্ৰত্যেক জীনৰে জীৱনকাল কেইটা পৰ্যায়ত সম্পূৰ্ণ হয় ?
(ক) তিনিটা
(খ) পাঁচটা
(গ) চাৰিটা
উত্তৰ- (গ) চাৰিটা ।
১০. গৰ্ভাশয়ৰ ভিতৰত ডিম্বক ?
(ক) নাথাকে
(খ) থাকে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) থাকে ।
১১. জীৱই জীৱ সৃষ্টি কৰা প্ৰক্ৰিয়াক কি বোলে ?
(ক) প্ৰজনন বোলে
(খ) প্ৰস্বেদন বোলে
(গ) যৌন প্ৰজনন বোলে
উত্তৰ- (ক) প্ৰজনন বোলে ।
১২. পুংস্তৱক কিহেৰে গঠিত ?
(ক) পুংকেশৰে
(খ) গৰ্ভাশয়েৰে
(গ) চলৰেণুৰে
উত্তৰ- (ক) পুংকেশৰে ।
১৩.এবিধ হৰিতোদ্ভিদ শ্ৰেণীৰ উদ্ভিদৰ নাম লিখা ।
(ক) মাৰ্কেনছিয়া
(খ) ৰিক্ছিয়া
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (গ) ওপৰৰ দুয়োটা ।
১৪. এজোপা উদ্ভিদৰ মুখ্য প্ৰজনন অংগ হ’ল______
(ক) ফুল
(খ) পাত
(গ) ডাল
উত্তৰ- (ক) ফুল ।
১৫. সকলো জীৱই নিজৰ দৰে সতি-সন্ততিৰ জন্ম দিয়ে ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) শুদ্ধ ।
১৬. নিষিক্ত কোষক কি বোলে ?
(ক) জননকোষ
(খ) যোজনকোষ
(গ) ওপৰৰ দুয়োটাই
উত্তৰ- (খ) যোজনকোষ ।
১৭. পুং আৰু স্ত্ৰী জননকোষৰ মিলনক কি বোলে ?
(ক) মুকুলন
(খ) নিষেচন
(গ) স্বপৰাগন
উত্তৰ- (খ) নিষেচন ।
১৮। পৰাগযোগ কেই ধৰণৰ ?
(ক) দুই ধৰণৰ
(খ) তিনি ধৰণৰ
(গ) চাৰি ধৰণৰ3
উত্তৰ- (ক) দুই ধৰণৰ ।
১৯। পুৰঠ ডিম্বাশয়ে কি গঠন কৰে ?
(ক) জননকোষ
(খ) বীজ
(গ) শিপা
উত্তৰ- (ক) জননকোষ ।
২০। উৰহীৰ গুটিৰ কেইটা বীজপত্ৰ
(ক) দুটা
(খ) তিনিটা
(গ) চাৰিটা
উত্তৰ- (ক) দুটা ।
Type by- Bikul Mandal