Chapter-3
শ্বাস-প্ৰশ্বাস
১। পেশীত হোৱা অবাত শ্বসনৰ ফলত কি এছিদ উৎপন্ন হয় ?
(ক) এছেটিক এছিড
(খ) লেক্টিক এছিদ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) লেক্টিক এছিদ ।
২। মাছে কিহৰ সহায়ত শ্বাস-প্ৰশ্বাস সম্পন্ন কৰে ?
(ক) জাইলেম
(খ) জলক্লোম
(গ) ফ্লৱেম
উত্তৰ- (খ) জলক্লোম ।
৩। জীৱদেহত শ্বসন কেই প্ৰকাৰৰ ?
(ক) এক প্ৰকাৰৰ
(খ) দুই প্ৰকাৰৰ
(গ) তিনি প্ৰকাৰৰ
উত্তৰ- (খ) দুই প্ৰকাৰৰ ।
৪। মানৱ দেহৰ প্ৰধান শ্বসনাংগ হ’ল ?
(ক) কামিহাড়
(খ) কোশীয় শ্বসন
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) কামিহাড় ।
৫। পাত আৰু কোমল কাণ্ডত থকা ক্ষুদ্ৰ বিন্ধাৰদ্বাৰবোৰক কি বোলা হয় ?
(ক) পত্ৰৰন্ধ্ৰ
(খ) বাতৰন্ধ্ৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) পত্ৰৰন্ধ্ৰ ।
৬। ধপাতত প্ৰায় কিমান বিধ বিষাক্ত পদাৰ্থ থাকে ?
(ক) 50 বিধ
(খ) 69 বিধ
(গ) 15 বিধ
উত্তৰ- (খ) 69 বিধ ।
৭। ধপাতৰ এবিধ বিষাক্ত পদাৰ্থ হ’ল ?
(ক) স্বল্পতা
(খ) নিক’টিন
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) নিক’টিন ।
৮। মহ, মাখি, পঁইতাচোৰা আদি এইবোৰক কি বোলা হয় ?
(ক) বায়ুছিদ্ৰ
(খ) কাৰ্বন ডাইঅক্সাইড
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) বায়ুছিদ্ৰ ।
৯। শিপাত কণ কণ চুলিৰ দৰে অংশ থাকে কে নাথাকে ?
(ক) থাকে
(খ) নাথাকে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) থাকে ।
১০। মাছে কি ব্যৱহাৰ কৰি শ্বাস-প্ৰশ্বাস সম্পন্ন কৰে ?
(ক) কূটপদ
(খ) জলক্লোম(খ)
(গ) ছাল
উত্তৰ- (খ) জলক্লোম(খ) ।
১১। জলচৰ প্ৰাণীয়ে কিহেৰে উশাহ লয় ?
(ক) নাকেৰে
(খ) ফুলেৰে
(গ) উদ্ভিদেৰে
উত্তৰ- (খ) ফুলেৰে ।
১২। পেশীকোষত হোৱা অবাত শ্বসনত কোনবিধ পদাৰ্থ সৃষ্টি হয় ?
(ক) এছেটিক এছিদ
(খ) লেক্টিক এছিদ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) লেক্টিক এছিদ ।
১৩। কেঁচুৱে কোনটো অংগ ব্যৱহাৰ কৰি শ্বাস-প্ৰশ্বাস লয়?
(ক) ছাল
(খ) শ্বাসনলী
(গ) ডিঙি
উত্তৰ- (ক) ছাল ।
১৪। এবিধ অসংখ্যৰ বিন্ধা থকা পতংগৰ নাম লিখা ।
(ক) মাখি
(খ) গৰু
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (ক) মাখি ।
১৫। ধপাতত থকা এবিধ পদাৰ্থ নাম লিখা।
(ক) নেক্টিক
(খ) নিক’টিন
(গ) স্বল্পতা
উত্তৰ- (খ) নিক’টিন ।
১৬। জীৱদেহত কেইপ্ৰকাৰৰ শ্বসন হ’ব পাৰে ?
(ক) দুই প্ৰকাৰৰ
(খ) তিনি প্ৰকাৰৰ
(গ) চাৰি প্ৰকাৰৰ
উত্তৰ- (ক) দুই প্ৰকাৰৰ ।
১৭। তলৰ ছবি খনৰ নাম কি?
(ক) বাতৰন্ধ্ৰ
(খ) পত্ৰৰন্ধ্ৰ
(গ) অক্সিজেন
উত্তৰ- (ক) বাতৰন্ধ্ৰ ।
১৮। ধপাতৰ ফলত কি বেমাৰ হয় ?
(ক) হাঁওফাওঁ
(খ) কেন্সাৰ
(গ) জ্বৰ
উত্তৰ- (খ) কেন্সাৰ ।
১৯। এবিধ পানীত থকা জীৱৰ নাম লিখা।
(ক) শিহু
(খ) পাৰ
(গ) গৰু
উত্তৰ- (ক) শিহু ।
২০। উদ্ভিদৰ জলক্লোম আছেনে ?
(ক) আছে
(খ) নাই
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) নাই ।
Type by- Bikul Mandal