Chapter- 1
উদ্ভিদৰ পৰিপুষ্টি
১. পৰিপুষ্টি প্ৰধানকৈ কেই প্ৰকাৰৰ ?
(ক) ১ প্ৰকাৰৰ
(খ) ২ প্ৰকাৰৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) ২ প্ৰকাৰৰ ।
২. পৰজীৱী আৰু পোষকৰ মাজৰ এই সম্বন্ধক বোলে ?
(ক) পৰজীৱিতা
(খ) পোষক
(গ) পৰজীৱী
উত্তৰ- (ক) পৰজীৱিতা ।
৩. পৰজীৱী উদ্ভিদ হ’ল ?
(ক) কাঠফুলা
(খ) আকাশীলতা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) আকাশীলতা ।
৪. আকাশীলতা এজোপা ৰঙৰ লতাজাতীয় উদ্ভিদ ?
(ক) সেউজীয়া
(খ) হালধীয়া
(গ) ক’লা
উত্তৰ- (খ) হালধীয়া ।
৫. আকাশীলতা উদ্ভিদে পত্ৰহৰিৎ নথকা বাবে নিজৰ আহাৰ প্ৰস্তুত কৰিব ?
(ক) পাৰে
(খ) নোৱাৰে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) নোৱাৰে ।
৬. কাঠফুলা এবিধ কি ভেঁকুৰ ?
(ক) পৰজীৱী
(খ) মৃতজীৱী
(গ) ওপৰৰ এটাো নহয়
উত্তৰ- (খ) মৃতজীৱী ।
৭. পৰপোষিত পৰিপুষ্টি প্ৰধানকৈ কেই ধৰণৰ ?
(ক) এক ধৰণৰ
(খ) তিনি ধৰণৰ
(গ) দুই ধৰণৰ
উত্তৰ- (খ) তিনি ধৰণৰ ।
৮. সালোকসংশ্লেষণত উৎপন্ন হোৱা জৈৱ পদাৰ্থ হ’ল ?
(ক) ভিটামিন
(খ) গ্লুক’জ
(গ) অক্সিজেন
উত্তৰ- (খ) গ্লুক’জ ।
৯. ৰাফ্লেচিয়া প্ৰধানকৈ ক’ত পোৱা যায় ?
(ক) ভাৰতত
(খ) থাইলেণ্ড
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) থাইলেণ্ড ।
১০. সজীৱ আশ্ৰয়দাতাৰপৰা খাদ্য সংগ্ৰহ কৰা জীৱক বোলে ?
(ক) পৰজীৱী
(খ) মৃতজীৱী
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) পৰজীৱী ।
১১। কি উদ্ভিদে নিজৰ নিজে প্ৰস্তুত কৰে ?
(ক) স্বপোষী উদ্ভিদে
(খ) সেউজীয়া উদ্ভিদে
(গ) পৰিপুষ্টিয়ে
উত্তৰ- (খ) সেউজীয়া উদ্ভিদে ।
১২। এবিধ মৃতজীৱী উদ্ভিদৰ নাম লিখা
(ক) নিওটিয়া
(খ) মালয়েছিয়া
(গ) মাছ
উত্তৰ- (ক) নিওটিয়া ।
১৩। মৃতজীৱী উদ্ভিদৰ পত্ৰহৰিৎ ?
(ক) থাকে
(খ) নাথাকে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) নাথাকে ।
১৪। কোন দুটি বিপৰীত ক্ৰিয়া ?
(ক) সালোকসংশ্লেষণ আৰু শ্বসন
(খ) পত্ৰৰন্ধ্ৰ আৰু খোলা
(গ) উদ্ভিদ আৰু নাইট্ৰ’জেন
উত্তৰ- (ক) সালোকসংশ্লেষণ আৰু শ্বসন ।
১৫। নাইট্ৰ’জেন কম থকা কিছুমান উদ্ভিদ কিহত জন্মে ?
(ক) পানীত
(খ) মাটিত
(গ) গাতত
উত্তৰ- (খ) মাটিত ।
১৬। পত্ৰহৰিতৰ বৰণ –
(ক) সেউজীয়া
(খ) ৰঙা
(গ) ডাঠ সেউজীয়া
উত্তৰ- (ক) সেউজীয়া ।
১৭। ৰ’দ মুকুতা এবিধ কি উদ্ভিদ ?
(ক) পতংগভোজী উদ্ভিদ
(খ) স্বপোষী উদ্ভিদ
(গ) মৃতজীৱী উদ্ভিদ
উত্তৰ- (ক) পতংগভোজী উদ্ভিদ ।
১৮। সালোকসংশ্লেষণে কি গেছ উৎপন্ন কৰে ?
(ক) অক্সিজেন
(খ) নাইট্ৰ’জেন
(গ) কাৰ্বন-ডাই অক্সাইড
উত্তৰ- (ক) অক্সিজেন ।
১৯। কলচী উদ্ভিদ এবিধ কি উদ্ভিদ ?
(ক) পতংগভোজী উদ্ভিদ
(খ) পৰজীৱী উদ্ভিদ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) পতংগভোজী উদ্ভিদ ।
২০। সহজীৱৰ এবিধ উদাহৰণ দিয়া ।
(ক) বেক্টেৰিয়া
(খ) লাইকেন
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (গ) ওপৰৰ দুয়োটা ।
Type by- Bikul Mandal