অসমীয়া ভাষাৰ পদ
অধ্য়ায়-১১
প্রশ্ন ১ : তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখক—
ক) পদ কাক বোলে ?
উত্তৰঃ
খ) পদ কেইবিধ আৰু কি কি ?
উত্তৰঃ
গ) বিশেষ্য পদক কেইটা আৰু কি কি ভাগত ভাগ কৰা হয়?
উত্তৰঃ
ঘ) ক্রিয়াপদ কাক বোলে ?
উত্তৰঃ
চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : পদৰ শ্ৰেণীবিভাগ কিহৰ কিহৰ ভিত্তিত কৰিব পৰা যায় বুজাই লিখক ।
উত্তৰঃ
প্রশ্ন ২ : বিশেষ্য পদৰ শ্ৰেণী বিভাজন কৰি উদাহৰণ দি একোটাকৈ টোকা প্ৰস্তুত কৰক।
উত্তৰঃ
প্রশ্ন ৩ঃ বিশেষণ পদ কাক বোলে?ই কেই প্ৰকাৰৰ আৰু কি কি ? উদাহৰণসহ আলোচনা কৰক।
উত্তৰঃ
প্রশ্ন ৪ : চমুটোকা লিখক –
(ক) নামপদ
উত্তৰঃ
(খ) ক্রিয়া বিশেষণ
উত্তৰঃ
(গ) তদর্থক সর্বনাম
উত্তৰঃ
(ঘ) সম্বন্ধবাচক বিশেষ্য
উত্তৰঃ
(ঙ) অনুজ্ঞা ক্রিয়া
উত্তৰঃ
(চ) নঞর্থক ক্রিয়া
উত্তৰঃ
ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : সর্বনাম পদ কেই প্ৰকাৰৰ আৰু কি কি? ইহঁতক কিহৰ ভিত্তিত শ্ৰেণীবিভাগ কৰা হয় ? সর্বনাম পদৰ তির্যক ৰূপবোৰৰ এখন তালিকা প্রস্তুত কৰক।
উত্তৰঃ
প্রশ্ন ২ : বিশেষণ পদ কাক বোলে ? ই কেই প্ৰকাৰৰ আৰু কি কি? উদাহৰণসহ আলোচনা কৰক । লগতে অসমীয়া ভাষাত বিশেষণৰ তাৰতম্য কেনেদৰে দেখুওৱা হয় সেই কথাও বুজাই লিখক ৷
উত্তৰঃ
প্রশ্ন ৩ঃ ক্রিয়াপদ কাক বোলে ? ইয়াৰ শ্ৰেণী বিভাগ কেনেদৰে কৰা হয়? ক্ৰিয়াৰ কাল কি আৰু কেইটা ? অসমীয়া ক্ৰিয়াৰ বিভিন্ন পুৰুষত বিভিন্ন কালত যোগ হোৱা প্ৰত্যয় আৰু বিভক্তিৰ সংযোগ দেখুৱাই এখন তালিকা যুগুত কৰক।
উত্তৰঃ
প্রশ্ন ৪ : অব্যয় পদ কাক বোলে? ই কেই প্ৰকাৰৰ আৰু কি কি? উদাহৰণ দি বুজাই লিখক।
উত্তৰঃ
Type By- Bikash Bora