ৰঘুনাথ চৌধাৰী
অধ্য়ায়-৯
বস্তুধর্মী প্রশ্ন
প্রশ্ন ১ : তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখক—
(ক) ৰঘুনাথ চৌধাৰীয়ে কেতিয়া আৰু ক’ত অনুস্থিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিৰ পদ অলংকৃত কৰিছিল ?
উত্তৰঃ
(খ) দহিকতৰা কাব্য সংকলনটি কোন চনত প্ৰকাশ পাইছিল ?
উত্তৰঃ
চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : প্রসঙ্গ সংগতি দৰ্শাই ব্যাখ্যা কৰক –
ক) আছিলি নিমাতী হ’ই কত দিন ধৰি
বলিল শীতল বাব
কুৰুৱাই দিলে ৰাৱ
আহিল বসন্ত দৰা লাহবাহ কৰি,
আদৰি আনিলি তয়ে তুলি সুৱাগুৰি ।
খ) নাজানো কি গাইছিলি গিৰি কৈলাসত
মদনৰ শৰ ধৰি
কাৰ তপ ভংগ কৰি
অভিশপ্তা হ’লি তই ভোগ বিলাসত,
সি হেতু ভ্ৰমিছ নেকি মর্ত্য প্রবাসত?
উত্তৰঃ
প্রশ্ন ২ : ‘দহিকতৰা’ এটি বিহংগ বিষয়ক কবিতা কথাষাৰৰ সত্যাসত্য নিৰূপণ কৰক।
উত্তৰঃ
ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : ৰঘুনাথ চৌধাৰীৰ সাহিত্যকৃতি সম্পৰ্কে এটি প্রবন্ধ যুগুত কৰক।
উত্তৰঃ
প্রশ্ন ২ : ৰোমাণ্টিক কবিতা হিচাপে ‘দহিকতৰা’ কবিতাটি বিচাৰ কৰক ৷
উত্তৰঃ
প্রশ্ন ৩ : “চৌধাৰী প্ৰাকৃতিক সৌন্দর্য বর্ণনাত সিদ্ধহস্ত।” দহিকতৰা কবিতাটিৰ আধাৰত –এই বক্তব্যটিৰ যুক্তি-যুক্ততা নিৰ্ণয় কৰক।
উত্তৰঃ
Type By- Janmoni Hazarika