লক্ষ্মীনাথ বেজবৰুৱা
অধ্য়ায়-৮
বস্তুধর্মী প্রশ্ন
প্রশ্ন ১ : তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখক—
(ক) লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাৰে প্ৰকাশ পোৱা বাঁহী নামৰ আলোচনীখন কিমান চনত প্ৰকাশিত হৈছিল ?
উত্তৰঃ
(খ) লক্ষ্মীনাথ বেজবৰুৱাই লিখা জীৱনী কেইখনৰ নাম লিখক।
উত্তৰঃ
চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : প্রসঙ্গ সংগতি দৰ্শাই ব্যাখ্যা কৰক
ক) যদিহে গাইছ
নলৰ কাহিনী
নাগাবি বৰাগী আৰু
দময়ন্তী দুখে
হিয়া ভাঙি নিব
নালাগে অলপো বাৰু ৷
খ) শোকৰ সুৰটি
নুশুনিও নোৱাৰোঁ,
বাঘ-মোৰে ধৰে মোক;
আঁতৰি যাবৰ
শকতি নাপাওঁ
বেজাৰে পীড়িছে বুক ।
উত্তৰঃ
ৰচনাধৰ্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যকৃতিৰ চমু পৰিচয় দাঙি ধৰক ৷
উত্তৰঃ
প্রশ্ন ২ : ‘বীণ-বৰাগী’ এটি দেশপ্রেমমূলক কবিতা • কথাষাৰৰ সত্যাসত্য নিৰূপণ কৰক।
উত্তৰঃ
প্রশ্ন ৩ : ৰোমাণ্টিক কবিতা হিচাপে ‘বীণ-বৰাগী’ কবিতাটি বিচাৰ কৰক ।
উত্তৰঃ